Malaika Arora: ৫১ বছৰীয়া হ'ল মালাইকা আৰোৰা, জানক অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্যৰ ৰহস্য | Malaika Arora Profile, Wiki, Biography, Career, Movies, family and more in assamese Assam news - Assam Tv9

Malaika Arora: ৫১ বছৰীয়া হ’ল মালাইকা আৰোৰা, জানক অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্যৰ ৰহস্য

Published: 

23 Oct 2024 | 05:14 PM

আজি মোহময়ী অভিনেত্ৰী মালাইকা আৰোৰাৰ জন্মদিন। ৫১ বছৰত ভৰি দিয়া মোহময়ী অভিনেত্ৰী গৰাকীক মৰম আৰু শুভকামনা যাচিছে অনুৰাগীয়ে।

1 / 5মালাইকা অৰোৰা এনে এগৰাকী অভিনেত্ৰী, যি অভিনয়ৰ সলনি ফেশ্বনৰ বাবে জনপ্ৰিয়তাৰ শীৰ্ষত থাকে।

মালাইকা অৰোৰা এনে এগৰাকী অভিনেত্ৰী, যি অভিনয়ৰ সলনি ফেশ্বনৰ বাবে জনপ্ৰিয়তাৰ শীৰ্ষত থাকে।

2 / 5

মালাইকা অৰোৰা (Actress Malaika Arora) বিভিন্ন কাৰণত অনুৰাগীসকলৰ মাজত চৰ্চিত হৈ থাকে। সামাজিক মাধ্যমত আছে হাজাৰ হাজাৰ অনুৰাগী।

3 / 5

অৰ্জুন কাপুৰৰ সৈতে ব্যক্তিগত জীৱনৰ বাবে আৰু কেতিয়াবা নৃত্য ৰিয়েলিটি শ্ব’ত তেওঁৰ ষ্টাইলৰ বাবে শিৰোনাম দখল কৰে। মালাইকাই প্ৰায়ে বিমানবন্দৰৰ লুকত আৰু তেওঁৰ জিমৰ পোছাকেৰে অনুৰাগীসকলক আচৰিত কৰি তোলে।

4 / 5

আজি অভিনেত্ৰীগৰাকীৰ জন্মদিন। প্ৰতিটো সময়তে ব্যাম, জীমৰ জৰিয়তে নিজকে সুস্থ কৰি ৰাখে অভিনেত্ৰীগৰাকীয়ে।

5 / 5

মালাইকা আৰোৰা আৰু আৰবাজ খানক বিবাহ বিচ্ছেদৰ পাছত পুত্ৰ আৰহান মাতৃৰ সৈতে থাকে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...