সাৱধান! আপোনাৰো মেগী প্ৰিয় খাদ্য নেকি? ২ মিনিটতে প্ৰস্তুত হোৱা এই মেগীয়ে মাতিব পাৰে বিপদ! | maggi noodles moving insects seen boiling consumer forum jabalpur mp Assam news - Assam Tv9

সাৱধান! আপোনাৰো মেগী প্ৰিয় খাদ্য নেকি? ২ মিনিটতে প্ৰস্তুত হোৱা এই মেগীয়ে মাতিব পাৰে বিপদ!

Published: 

09 Sep 2024 | 10:05 PM

মধ্যপ্ৰদেশৰ জবলপুৰত মেগী পেকেটত পোক ওলোৱাৰ এটা গোচৰ পোহৰলৈ আহিছে। যিয়ে মেগীৰ দৰে জনপ্ৰিয় সামগ্ৰীৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। সমগ্ৰ বিষয়টো সন্দৰ্ভত গ্ৰাহক অধিকাৰ আৰু খাদ্য সুৰক্ষা বিভাগত অভিযোগ উত্থাপন হৈছে।

1 / 5মেগী আজিকালি সকলোৰে প্ৰিয় খাদ্য। যদি আপুনি মেগী খাবলৈ ভাল পায় তেন্তে আপুনি সাৱধান হোৱা উচিত কাৰণ ২ মিনিটত প্ৰস্তুত হোৱা মেগীয়ে আপোনাৰ স্বাস্থ্যৰ লগত খেলা কৰিব পাৰে।

মেগী আজিকালি সকলোৰে প্ৰিয় খাদ্য। যদি আপুনি মেগী খাবলৈ ভাল পায় তেন্তে আপুনি সাৱধান হোৱা উচিত কাৰণ ২ মিনিটত প্ৰস্তুত হোৱা মেগীয়ে আপোনাৰ স্বাস্থ্যৰ লগত খেলা কৰিব পাৰে।

2 / 5

শিশুৱে প্ৰায়ে মেগী খাবলৈ ইচ্ছা কৰে কিন্তু এই মেগী খাই কেতিয়াবা আপুনিও অসুস্থ হ'ব পাৰে।

3 / 5

মধ্যপ্ৰদেশৰ জবলপুৰৰ এই খবৰে আপোনাক আচৰিত কৰি দিব। গৰম পানীত দিয়াৰ লগে লগে মেগীৰ পৰা পোক ওলাই অহা দেখা গৈছে।

4 / 5

অংকিত চেংগাৰে তিনিদিন পূৰ্বে ওচৰৰ দোকানৰ পৰা পাঁচ পেকেট মেগী খাবলৈ আনিছিল। যেতিয়া খাবলৈ গৰম পানীত দি দিয়ে তেতিয়া পোক দেখা পায় আৰু ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।

5 / 5

এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত মানুহৰ মাজত মেগীৰ মানদণ্ডক লৈ চিন্তা বাঢ়িছে। মেগীৰ দৰে জনপ্ৰিয় খাদ্য সামগ্ৰীৰ এনে গুণগত অভাৱে গ্ৰাহকৰ আস্থা ভাঙি পেলাব পাৰে। এই বিষয়টো গ্ৰাহকৰ অধিকাৰ আৰু খাদ্য সুৰক্ষাৰই এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে চোৱা উচিত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...