শিক্ষক নিযুক্তিৰ অনলাইন আবেদনৰ তাৰিখ সলনি, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন? | LP & UP Teacher Recruitment online application date has been rescheduled Assam Assam news - Assam Tv9

শিক্ষক নিযুক্তিৰ অনলাইন আবেদনৰ তাৰিখ সলনি, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

Updated On: 

04 Mar 2025 11:57 AM

LP আৰু UP শিক্ষক পদৰ আবেদনৰ সময়সীমা সালসলনি। শিক্ষা বিভাগে নিৰ্ধাৰণ কৰি দিয়া তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন। সামাজিক মাধ্যমযোগে এই তথ্য সদৰী কৰিলে মন্ত্ৰী ৰণোজ পেগুৱে।

1 / 5 ৰাজ্যৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক লৈ এক গুৰুত্বপূৰ্ণ খবৰ।  সলনি কৰা হৈছে শিক্ষক নিযুক্তিৰ অনলাইন আবেদন গ্ৰহণৰ তাৰিখ। সামাজিক মাধ্যমযোগে এই তথ্য সদৰী কৰিলে মন্ত্ৰী ৰণোজ পেগুৱে।

ৰাজ্যৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক লৈ এক গুৰুত্বপূৰ্ণ খবৰ। সলনি কৰা হৈছে শিক্ষক নিযুক্তিৰ অনলাইন আবেদন গ্ৰহণৰ তাৰিখ। সামাজিক মাধ্যমযোগে এই তথ্য সদৰী কৰিলে মন্ত্ৰী ৰণোজ পেগুৱে।

2 / 5

LP আৰু UP শিক্ষক পদৰ আবেদনৰ সময়সীমা সালসলনি । শিক্ষা বিভাগে নিৰ্ধাৰণ কৰি দিয়া তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন।

3 / 5

প্ৰশাসনিক কাৰণতে কৰা হৈছে এই সালসলনি । এই সন্দৰ্ভত জাৰি কৰা হৈছে জাননী। য'ত প্ৰকাশ কৰা হৈছে আবেদন দাখিলৰ তাৰিখ।

4 / 5

৮ মাৰ্চৰ পৰা ৮ এপ্ৰিলৰ ভিতৰত কৰিব লাগিব আবেদন। এই সন্দৰ্ভত সামাজিক মাধ্যমত শিক্ষামন্ত্ৰীয়ে লিখিছে, " LP & UP শিক্ষক নিযুক্তি আবেদনকাৰীৰ বাবে গুৰুত্বপূৰ্ণ জাননী। প্ৰশাসনিক কাৰণত অনলাইন আবেদনৰ তাৰিখ পুনৰ নিৰ্ধাৰণ কৰা হৈছে।"

5 / 5

তেওঁ লগতে লিখিছে, "নতুন আবেদনৰ সময়সীমা: ৮ মাৰ্চ – ৮ এপ্ৰিল ২০২৫। বাকী সকলো চৰ্ত আৰু নিয়ম অপৰিৱৰ্তিত হৈ আছে।"

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension