মহানগৰীৰ ভাড়াঘৰত প্ৰেমিক-প্ৰেমিকাই সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড | love clash live in relationship incident boyfriend found death girlfriend injured guwahati Kahilipara Assam news - Assam Tv9

মহানগৰীৰ ভাড়াঘৰত প্ৰেমিকৰ চৰমপন্থা, তাৰ পিছত প্ৰেমিকাই কৰিলে ভয়ংকৰ কাণ্ড….

Published: 

10 Jul 2025 10:34 AM

মহানগৰীৰ ভাড়াঘৰত লিভ-ইন ৰিলেশ্বনশ্বিপত থকা প্ৰেমিক-প্ৰেমিকাই বাচি ল'লে চৰম পন্থা। প্ৰেমিকাৰ সমুখতে নিজৰ জীৱন শেষ কৰিলে প্ৰেমিকে। নিজৰ জীৱন শেষ কৰাৰ অপচেষ্টা প্ৰেমিকাৰো।

1 / 5 মহানগৰীত সংঘটিত হৈছে আন এক চাঞ্চল্যৰ ঘটনা। ভাড়াঘৰত লিভ-ইন ৰিলেশ্বনশ্বিপত থকা প্ৰেমিক-প্ৰেমিকাই বাচি ল'লে চৰম পন্থা।

মহানগৰীত সংঘটিত হৈছে আন এক চাঞ্চল্যৰ ঘটনা। ভাড়াঘৰত লিভ-ইন ৰিলেশ্বনশ্বিপত থকা প্ৰেমিক-প্ৰেমিকাই বাচি ল'লে চৰম পন্থা।

2 / 5

কাহিলীপাৰা কল্যাণী নগৰৰ ভাড়াঘৰত সংঘটিত হৈছে এই ঘটনা। প্ৰেমিকাৰ সমুখতে নিজৰ জীৱন শেষ কৰিলে প্ৰেমিকে। নিজৰ জীৱন শেষ কৰাৰ অপচেষ্টা প্ৰেমিকাৰো।

3 / 5

ঘৰৰ ভিতৰতে চিপ লৈ চৰম সিদ্ধান্ত বাচি ল'লে প্ৰেমিক নৱজ্যোতি তালুকদাৰে। ইফালে আত্মহননৰ চেষ্টা চলোৱা প্ৰেমিকা সুস্মিতা দাসক সংকট জনক অৱস্থাত হায়াট হস্পতালত ভৰ্তি কৰোৱা হৈছে।

4 / 5

জানিব পৰা মতে দুয়োজনৰে মাজত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। সম্পৰ্কত হোৱা সংঘাতৰ বাবেই এই সিদ্ধান্ত লোৱাৰ আশংকা কৰা হৈছে। আৰক্ষীক খবৰ দি নিজৰ হাত কাটি আত্মহননৰ চেষ্টা চলাই প্ৰেমিক সুস্মিতা দাসে।

5 / 5

ঘটনাস্থলীত উপস্থিত হৈ সুস্মিতা দাসক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। দীৰ্ঘদিনৰ পৰা দুয়োৰে মাজত কাজিয়া হৈ থকাৰ কথা স্বীকাৰ কৰিছে যুৱতীগৰাকীয়ে। মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে নৱজ্যোতি তালুকদাৰৰ মৃতদেহ।

মানি প্লাণ্ট নে স্নেক প্লাণ্ট, ঘৰত কোনবিধ গছ থাকিলে সোনকালে ধনৱান হ’ব আপুনি?
শাওনৰ সোমবাৰে মহিলাসকলে ভুলতো নকৰিব এই কাম, নহ'লে সৰ্বনাশ!
পঞ্চমুখী বেলপাত পোৱাৰ সৌভাগ্য হৈছে নেকি? জানক মহত্ব
প্ৰতিদিনে কণী খাই নেকি আপুনি? এনে অভ্যাসৰ বাবে কি অসুবিধা হ’ব পাৰে জানেনে?