কাইলৈ স্থানীয় বন্ধ ঘোষণা! বন্ধ থাকিব শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয়, জানক সবিশেষ | Local holiday declared in Tinsukia tomorrow Assam news - Assam Tv9

কাইলৈ স্থানীয় বন্ধ ঘোষণা! বন্ধ থাকিব শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয়, জানক সবিশেষ

Published: 

08 Jan 2025 | 08:42 PM

বৃহস্পতিবাৰৰ দিনটোত বন্ধ থাকিব ৰাজ্যৰ এইখন জিলা। আজি এক নিৰ্দেশ যোগে নিগোচিয়েবল আইনৰ অধীনত শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে অহা কাইলৈ অৰ্থাৎ ৯ জানুৱাৰীত বন্ধৰ ঘোষণা কৰিছে।

1 / 5৯  জানুৱাৰী দিনটো বন্ধ থাকিব ৰাজ্যৰ এইখন জিলা। কাইলৈ চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয় -মহাবিদ্যালয় আদি বন্ধ থাকিব।

৯ জানুৱাৰী দিনটো বন্ধ থাকিব ৰাজ্যৰ এইখন জিলা। কাইলৈ চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয় -মহাবিদ্যালয় আদি বন্ধ থাকিব।

2 / 5

অৱশ্যে পূৰ্ব নিৰ্ধাৰিত পৰীক্ষা, প্ৰাৰ্থী বাছনিৰ সাক্ষাৎকাৰ আৰু জৰুৰী সেৱাসমূহ এই বন্ধত ধৰা নহয় বুলি নিৰ্দেশনাত কোৱা হৈছে।

3 / 5

শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে জিলা আয়ুক্তই দিছে এই নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি কাইলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয় -মহাবিদ্যালয় সকলো বন্ধ থাকিব।

4 / 5

তিনিচুকীয়া জিলা আয়ুক্ত শ্ৰী স্বপ্নীল পালে আজি এক নিৰ্দেশ যোগে নিগোচিয়েবল আইনৰ অধীনত শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে বন্ধৰ ঘোষণা কৰে। যাৰ বাবে কাইলৈ স্থানীয় বন্ধ ঘোষণা জিলা প্ৰশাসনৰ।

5 / 5

শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ আৰু শ্ৰীশ্ৰী গোপালদেৱৰ পৰৱৰ্তীকালৰ ধৰ্মপ্ৰচাৰক, কবি আৰু মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...