২০২৪-২৫ বৰ্ষৰ ৰাজ্যিক শিল্পী পেঞ্চন ঘোষণা, ১৭৯গৰাকীলৈ বাৰ্ষিক শিল্পী সন্মান
২০২৪–২৫ বৰ্ষৰ ৰাজ্যিক শিল্পী সন্মান প্ৰাপকৰ তালিকা প্ৰকাশ। ৭৩গৰাকী শিল্পীলৈ ৰাজ্যিক শিল্পী পেঞ্চন। ফেচবুক লাইভযোগে এই কথা জনালে মন্ত্ৰী বিমল বৰাই।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5