কুলদীপ যাদৱ নে ৰিংকু সিং, কাৰ হ’বলগীয়া পত্নী বেছি ধনী? | Kuldeep Yadav or Rinku Singh, whose wife is richer Assam news - Assam Tv9

কুলদীপ যাদৱ নে ৰিংকু সিং, কাৰ হ’বলগীয়া পত্নী বেছি ধনী?

Published: 

08 Jun 2025 16:36 PM

ভাৰতীয় ক্ৰিকেট দল আৰু KKR ৰ খেলুৱৈ ৰিংকু সিঙে আজি লক্ষ্ণৌত প্ৰিয়া সৰোজৰ সৈতে আঙঠি পিন্ধোৱা পৰ্ব। ইয়াৰ পূৰ্বে কুলদীপ যাদৱেও আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰিছিল। এনে ক্ষেত্ৰত জানো আহক কাৰ পত্নী বেছি ধনী?

1 / 5শেহতীয়াকৈ কুলদীপ যাদৱে তেওঁৰ শৈশৱৰ বান্ধৱী বংশিকাৰ সৈতে আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰে। বংশিকা এগৰাকী ভাৰতীয় জীৱন বীমা নিগম (LIC)ত কাম কৰা মহিলা। সাধাৰণ মধ্যবিত্তীয় পৰিয়ালৰ পৰা আহিছে বংশিকা। যদিও ব্যক্তিগত ধন-সম্পত্তি ৰাজহুৱাভাৱে উপলব্ধ নহয়, তথাপিও নিশ্চিত যে বংশিকাৰ উপাৰ্জন এটা সুস্থিৰ চৰকাৰী চাকৰিৰ ওপৰত আধাৰিত।

শেহতীয়াকৈ কুলদীপ যাদৱে তেওঁৰ শৈশৱৰ বান্ধৱী বংশিকাৰ সৈতে আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰে। বংশিকা এগৰাকী ভাৰতীয় জীৱন বীমা নিগম (LIC)ত কাম কৰা মহিলা। সাধাৰণ মধ্যবিত্তীয় পৰিয়ালৰ পৰা আহিছে বংশিকা। যদিও ব্যক্তিগত ধন-সম্পত্তি ৰাজহুৱাভাৱে উপলব্ধ নহয়, তথাপিও নিশ্চিত যে বংশিকাৰ উপাৰ্জন এটা সুস্থিৰ চৰকাৰী চাকৰিৰ ওপৰত আধাৰিত।

2 / 5

কুলদীপ যাদৱৰ নিজৰ নেট ৱৰ্থ প্ৰায় ৩২ কোটি টকা, যিটো তেওঁৰ ক্ৰিকেট পৰা কৰা উপাৰ্জন। আই পি এলৰ দৰমহা আৰু ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ পৰা পোৱা সকলোখিনি ইয়াত অন্তৰ্ভুক্ত।

3 / 5

ছ’চিয়েল মিডিয়াত চৰ্চা আৰম্ভ হোৱাৰ লগে লগে এই আলোচনাত প্ৰিয়া সৰোজৰ নাম যোগ হৈছে। প্ৰিয়া সৰোজ সমাজবাদী পাৰ্টিৰ সাংসদ আৰু ২০২৪ চনত মছলীচহৰ (উত্তৰ প্ৰদেশ)ৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈছিল।

4 / 5

প্ৰিয়া পেছাত এগৰাকী উকীল আৰু ৰাজনৈতিক পৰিয়ালৰ। নিৰ্বাচনী শপতনামা অনুসৰি তেওঁৰ মুঠ সম্পত্তিৰ মূল্য ১১ লাখ টকা। ইয়াৰ ভিতৰত সোণ, মাটি, নগদ ধন আৰু বেংকৰ ধন অন্তৰ্ভুক্ত।

5 / 5

যদি আমি কেৱল ধন-সম্পত্তি আৰু ৰাজহুৱা প্ৰফাইলৰ ভিত্তিত তুলনা কৰোঁ তেন্তে বংশিকাতকৈ চহকী আৰু বিলাসী জীৱন যাপন কৰে প্ৰিয়া সৰোজে। কিন্তু এইটোও মনত ৰখা উচিত যে বংশিকাৰ জীৱন ব্যক্তিগত আৰু তেওঁৰ চৰকাৰী কেৰিয়াৰ সুস্থিৰ।

বহু সময় ধৰি ফোনত কথা পাতিলে ডিঙিৰ বিষ কিয় বাঢ়ে? পৰিত্ৰাণৰ বাবে কৰক এই কাম...
মূৰত কিয় খজুৱতি হয়? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ!
কেৱল জ্বৰ নহয়, মেলেৰিয়াত আক্ৰান্ত হ'লে এইবোৰ লক্ষণেও দেখা দিয়ে
জিভাৰ বগা আৱৰণ লুকাই থকা স্বাস্থ্যজনিত সমস্যা লক্ষণ হ’ব পাৰে, আওকাণ নকৰিব