সোণ ক্ৰয়ৰ বাবে আজি সুৱৰ্ণ দিনঃ হ্ৰাস পাইছে সোণৰ দাম, চাওক গুৱাহাটীত আজি সোণৰ মূল্য কিমান | Know gold and silver rate in Guwahati Assam today Assam news - Assam Tv9

Gold Price Today: সোণ ক্ৰয়ৰ বাবে আজি সুৱৰ্ণ দিনঃ হ্ৰাস পাইছে সোণৰ দাম, চাওক গুৱাহাটীত আজি সোণৰ মূল্য কিমান

Published: 

27 Jan 2025 | 11:29 AM

বজাৰত প্ৰতিদিনে উত্থান-পতন ঘটে সোণৰ দৰৰ। আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ স্পষ্ট প্ৰভাৱ সোণৰ দৰৰ ক্ষেত্ৰত পৰে আৰু এনে প্ৰভাৱৰ বাবেই অসমতো সোণৰ দামৰ ক্ষেত্ৰত দৈনিক পাৰ্থক্য দেখা যায়। চাওঁ আহক আজি গুৱাহাটীত সোণৰ দাম কিমান।

1 / 5আজি সোণৰ দাম দেশত কিছু পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি দেশত সোণৰ দৰ ২২ কেৰেটৰ ক্ষেত্ৰত প্ৰতি গ্ৰামত ১৫ টকা, ২৪ কেৰেটত ১৭ টকা আৰু ১৮ কেৰেটত টকা ১৩ হ্ৰাস পাইছে।

আজি সোণৰ দাম দেশত কিছু পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি দেশত সোণৰ দৰ ২২ কেৰেটৰ ক্ষেত্ৰত প্ৰতি গ্ৰামত ১৫ টকা, ২৪ কেৰেটত ১৭ টকা আৰু ১৮ কেৰেটত টকা ১৩ হ্ৰাস পাইছে।

2 / 5

সেই অনুসাৰে আজি দেশত প্ৰতিগ্ৰাম ২২ কেৰেট সোণৰ দাম ৭,৫৪০ টকা, ২৪ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ৮,২২৫ টকা আৰু ১৮ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ৬,১৬৯ টকা হৈছে। সোণৰ দৰ হ্ৰাসৰ এই প্ৰভাৱ গুৱাহাটীতো দেখা গৈছে।

3 / 5

গুৱাহাটীতো দেশৰ বজাৰৰ দৰেই ২২ কেৰেট সোণত ১৫ টকা, ২৪ কেৰেটত ১৭ টকা আৰু ১৮ কেৰেটত টকা ১৩ হ্ৰাস পাইছে। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীত প্ৰতিগ্ৰাম ২২ কেৰেট সোণৰ দৰ ৭,৫৪০ টকা।

4 / 5

অৰ্থাৎ আজি গুৱাহাটীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দৰ ৭৫,৪০০ টকা আৰু ১০০ গ্ৰাম সোণৰ দৰ ৭,৫৪,০০০ টকা। একেদৰে ২৪ কেৰেট সোণ এক গ্ৰামৰ দাম হ’ব ৮,২২৫ টকা আৰু ১০ গ্ৰামৰ দাম হ’ব ৮২,২৫০ টকা।

5 / 5

আনহাতে ১৮ কেৰেট সোণ প্ৰতি গ্ৰামত ৬,১৬৯ টকা দৰত আজি গুৱাহাটীৰ বজাৰত উপলব্ধ হ’ব। ইফালে আজি গুৱাহাটীৰ বজাৰত ৰূপৰ দামৰ ক্ষেত্ৰত ১০০০ টকা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। সেই অনুসাৰে আজি গুৱাহাটীত এক কিলোগ্ৰাম সোণৰ দাম ৯৬,৫০০ টকা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...