Arijit Singh Net Worth: অৱসৰৰ পূৰ্বে ছবিত কণ্ঠদান কৰিলে কিমান টকা লৈছিল অৰিজিৎ সিঙে?
নেপথ্য সংগীতৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে অৰিজিৎ সিঙে। শেহতীয়াকৈ তেওঁ চলমান খানৰ ছবি "বেটল অৱ গালৱান"ৰ দেশপ্ৰেমমূলক গীত "মাতৃভূমি"ক নিজৰ কণ্ঠ দিছিল। ইফালে, গায়কজনৰ নেট ৱৰ্থ আৰু এটা গীতৰ বাবে তেওঁৰ মাচুলৰ বিষয়ে জানো আহক।
1 / 6

2 / 6
3 / 6
4 / 6
5 / 6
6 / 6