Cannes লৈ ৰাওনা কিয়াৰা আদৱানী, চাওক বিমান বন্দৰত কিয়াৰৰ আকৰ্ষণীয় ষ্টাইল Assam news - Assam Tv9

Cannes লৈ ৰাওনা কিয়াৰা আদৱানী, চাওক বিমান বন্দৰত কিয়াৰৰ আকৰ্ষণীয় ষ্টাইল

Updated On: 

16 May 2024 | 03:44 PM

কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত অতি সোনকালে দেখা যাব বলীউডৰ অভিনেত্ৰী কিয়াৰা আদবানীক। এই বছৰ কানত দেখিব কিয়াৰাক। বিমানবন্দৰত তেওঁক দেখা গ’ল।

1 / 5কান চলচ্চিত্ৰ মহোৎসৱত দেখিব কিয়াৰা আদৱানীক। চলচ্চিত্ৰ মহোৎসৱলৈ যোৱাৰ সময়ত বিমানবন্দৰত দেখা গৈছিল কিয়াৰাক। এইবাৰ ৰেড কাৰ্পেটত নিজৰ যাদু বিয়পাবলৈ সাজু হৈছে কিয়াৰা আদৱানী।

কান চলচ্চিত্ৰ মহোৎসৱত দেখিব কিয়াৰা আদৱানীক। চলচ্চিত্ৰ মহোৎসৱলৈ যোৱাৰ সময়ত বিমানবন্দৰত দেখা গৈছিল কিয়াৰাক। এইবাৰ ৰেড কাৰ্পেটত নিজৰ যাদু বিয়পাবলৈ সাজু হৈছে কিয়াৰা আদৱানী।

2 / 5

সিদ্ধাৰ্থ আৰু কিয়াৰাৰ এই এয়াৰপৰ্ট লুকটোও যথেষ্ট কেজুৱেল । কিয়াৰাই বগা টপৰ সৈতে পাতল নীলা ৰঙৰ পেন্ট পিন্ধিছে। একে সময়তে সিদ্ধাৰ্থই পিন্ধিছে ক’লা ৰঙৰ টি-চাৰ্ট। দুয়োৰে এই লুকটো যথেষ্ট ভাল দেখা গৈছে।

3 / 5

কিয়াৰা আদৱানীক সকলো ডেনিম লুকতো খুব ধুনীয়া দেখা গৈছে। ক’লা ৰঙৰ স্লিং বেগ এটা কঢ়িয়াই লৈ ফুৰিছিল।

4 / 5

কেপ, স্লীভলেছ ক্ৰপ টপ আৰু জগাৰত কিয়াৰাৰ এয়াৰপৰ্ট লুকটোও আপুনি ভাল পাব। পকেটত হাত থৈ কেমেৰাৰ সন্মুখত পোজ দিয়া দেখা গৈছে অভিনেত্ৰীগৰাকীয়ে।

5 / 5

কিয়াৰা আৰু সিদ্ধাৰ্থৰ যুটিটো দৰ্শকে যথেষ্ঠ ভাল পায়

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...