আৰম্ভ হৈছে চৰ্চা...আকৰ্ষণীয় আপডেটৰ সৈতে আহি আছে iPhone 17 ! | iPhone 17 series with some major display upgrades, Know More in Assamese Assam news - Assam Tv9

আৰম্ভ হৈছে চৰ্চা…আকৰ্ষণীয় আপডেটৰ সৈতে আহি আছে iPhone 17 !

Updated On: 

29 Sep 2024 23:54 PM

এপলে যোৱা 12 ছেপ্টেম্বৰত আইফোন 16 ছিৰিজৰ চাৰিটা ফোন মুকলি কৰিছিল। ইয়াৰ পিছত মানুহৰ মাজত এপলৰ আইফোন 17 ৰ সম্পৰ্কে আলোচনা আৰম্ভ হয়। এতিয়া আইফোন ব্যৱহাৰকাৰীসকলে আইফোন 17 ছিৰিজ আৰু ইয়াৰ সৈতে জড়িত লিকসমূহৰ তথ্যৰ বাবে অপেক্ষা কৰি আছে। এপলে এতিয়াও আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই ।

1 / 5এপলে যোৱা 12 ছেপ্টেম্বৰত আইফোন 16 ছিৰিজৰ চাৰিটা ফোন মুকলি কৰিছিল। ইয়াৰ পিছত মানুহৰ মাজত এপলৰ আইফোন 17 ৰ সম্পৰ্কে আলোচনা আৰম্ভ হয়। এতিয়া আইফোন ব্যৱহাৰকাৰীসকলে আইফোন 17 ছিৰিজ আৰু ইয়াৰ সৈতে জড়িত লিকসমূহৰ বিষয়ে তথ্যৰ বাবে অপেক্ষা কৰি আছে।

এপলে যোৱা 12 ছেপ্টেম্বৰত আইফোন 16 ছিৰিজৰ চাৰিটা ফোন মুকলি কৰিছিল। ইয়াৰ পিছত মানুহৰ মাজত এপলৰ আইফোন 17 ৰ সম্পৰ্কে আলোচনা আৰম্ভ হয়। এতিয়া আইফোন ব্যৱহাৰকাৰীসকলে আইফোন 17 ছিৰিজ আৰু ইয়াৰ সৈতে জড়িত লিকসমূহৰ বিষয়ে তথ্যৰ বাবে অপেক্ষা কৰি আছে।

2 / 5

আইফোন 17ৰ সৈতে জড়িত বহু লিক তথ্য পোহৰলৈ আহিছে, য’ত দাবী কৰা হৈছে যে, এপলে আইফোন 17 ছিৰিজত বিশেষ সুবিধা প্ৰদান কৰিব, যিটো এপলে এতিয়াও কোনো আইফোন ছিৰিজত প্ৰদান কৰা নাই।

3 / 5

আইফোন 16 আৰু আইফোন 16 প্লাছত এপলে 60HZ ৰিফ্ৰেছ ৰেট ডিছপ্লে প্ৰদান কৰিছে । মনকৰিবলগীয়া যে, এণ্ড্ৰইড ফোনত দীৰ্ঘদিন ধৰি 120HZ ৰিফ্ৰেছ ৰেট ডিছপ্লে উপলব্ধ হৈ আহিছে। এনে পৰিস্থিতিত এপলে আইফোন 17 ছিৰিজৰ সকলো ফোনতে 120HZ ৰিফ্ৰেছ ৰেটৰ ডিছপ্লে প্ৰদান কৰি পাৰে।

4 / 5

আইফোন 16 ছিৰিজ বা পূৰ্বৰ যিকোনো আইফোন ছিৰিজৰ তুলনাত আইফোন 17 ছিৰিজৰ ফোনবোৰ বহুত স্লিম হ’ব পাৰে ।

5 / 5

আগৰ আইফোনতকৈ বহুত বেছি ফাৰ্ষ্ট হ’ব পাৰে আইফোন 17 ছিৰিজ ফোনবোৰ। আইফোন 17 আৰু আইফোন 17 প্লাছত 8GB RAM আৰু আইফোন 17 প্ৰ’ আৰু আইফোন 17 প্ৰ’ মেক্সত 12GB ৰেম প্ৰদান কৰিব পাৰে এপলে।

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…