iPhone 15 Discount: অতি কম দামতে আপোনাৰ বাবে উপলব্ধ আইফোন-১৫ – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

iPhone 15 Discount: অতি কম দামতে আপোনাৰ বাবে উপলব্ধ আইফোন-১৫

Published: 

29 May 2024 | 04:50 PM

i-phone বহুতৰে প্ৰিয়। কিন্তু টকাৰ বাবে কেতিয়াবা কোনোৱে এই ফোন কিনিব নোৱাৰে। অৱশ্যে এতিয়া আছে আপোনাৰ হাতত সুযোগ।কম দামতে লাভ কৰিব পাৰিব i-phone 15

1 / 5I phone 16 অহাৰ পূৰ্বে অতি কম দামত বিক্ৰী হৈ আছে I phone 15 । যদি আপুনি I phone ভাল পাই কিন্তু টকাৰ বাবে কিনিব পৰা নাই। তেন্তে ১৪,৯০১ টকা ডিচাকাউন্টত  আপুনি লাভ কৰিব পাৰে I phone 15

I phone 16 অহাৰ পূৰ্বে অতি কম দামত বিক্ৰী হৈ আছে I phone 15 । যদি আপুনি I phone ভাল পাই কিন্তু টকাৰ বাবে কিনিব পৰা নাই। তেন্তে ১৪,৯০১ টকা ডিচাকাউন্টত আপুনি লাভ কৰিব পাৰে I phone 15

2 / 5

Apple iPhone 15 Price:আইফোন ১৫ ৰ ১২৮ জিবি ষ্ট’ৰেজ ভেৰিয়েণ্ট ভাৰতত ৭৯,৯০০ টকাত মুকলি কৰা হৈছিল যদিও বৰ্তমান এই ফোনটোৰ ১২৮ জিবি ভেৰিয়েণ্ট ফ্লিপকাৰ্টত ৬৪,৯৯৯ টকাত উপলব্ধ।

3 / 5

মূল্যৰ পাৰ্থক্যঃ ৰেহাইৰ পিছত আইফোন ১৫ৰ ১২৮ জিবি মডেলটো ফ্লিপকাৰ্টত মুকলি মূল্যতকৈ ১৪,৯০১ টকা কম মূল্যত বিক্ৰী কৰা হৈছে।

4 / 5

ফ্লিপকাৰ্টৰ অফাৰ: আইফোন ১৫ ক্ৰয় কৰাৰ সময়ত আপুনি পুৰণি ফোনটো বিনিময় কৰিলে ৫০ হাজাৰ টকা পৰ্যন্ত ৰেহাই লাভ কৰিব। ইয়াৰ উপৰিও ফ্লিপকাৰ্ট এক্সিছ বেংক কাৰ্ডৰ জৰিয়তে পেমেণ্ট কৰিলে ৫ শতাংশ কেছবেক উপলব্ধ।

5 / 5

আইফোন ১৫ত আছে ৬.১ ইঞ্চিৰ ছুপাৰ ৰেটিনা এক্সডিআৰ ডিছপ্লে, এ১৬ বায়নিক প্ৰচেছৰ, ১২ মেগাপিক্সেলৰ চেলফি কেমেৰা আৰু ৪৮ মেগাপিক্সেলৰ ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...