ভাৰতীয় গীতৰ ওপৰত নিষেধাজ্ঞা! এইসকল পাকিস্তানী গায়কৰ সংগীতে আকৰ্ষিত কৰে ভাৰতীয়ক
২২ এপ্ৰিলত কাশ্মীৰত পহলগাম আক্ৰমণৰ পিছত ভাৰত চৰকাৰ পাকিস্তানৰ প্ৰতি অতি কঠোৰ হৈ পৰিছে। ভাৰত চৰকাৰে পাকিস্তানী শিল্পীক নিষিদ্ধ কৰাৰ লগতে ভাৰতৰ একাংশ তাৰকাৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা আঁতৰাই পেলাইছে। দুয়োখন দেশৰ এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে পাকিস্তান চৰকাৰে এতিয়া ভাৰতীয় গীত নিষিদ্ধ কৰিছে। অৱশ্যে ভাৰতত বহু পাকিস্তানী গায়ক আছে যাৰ কথা মানুহে শুনি ভাল পায়।
1 / 6

2 / 6
3 / 6
4 / 6
5 / 6
6 / 6