বৰডুমচাৰ খেলপথাৰৰ সেনাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ, কথমপি প্ৰাণ ৰক্ষা... | Indian Army helicopter emergency landing at Bordumsa play ground tinsukia assam Assam news - Assam Tv9

বৰডুমচাৰ খেলপথাৰৰ সেনাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ, কথমপি প্ৰাণ ৰক্ষা…

Updated On: 

19 Aug 2025 | 03:07 PM

দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ভাৰতীয় সেনাৰ হেলিকপ্টাৰ। তিনিচুকীয়াৰ বৰডুমচাৰ কঠালগুৰি গাঁৱৰ ডিব্ৰুপৰীয়া খেলপথাৰত সেনাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ। হেলিকপ্টাৰ চাবলৈ ভিৰ কৰে অঞ্চলটোৰ ৰাইজে।

1 / 5তিনিচুকীয়াত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন হেলিকপ্টাৰ। বৰডুমচাৰ খেলপথাৰৰ মাজতে হঠাৎ অৱতৰণ কৰা হয় এখন হেলিকপ্টাৰখন।

তিনিচুকীয়াত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন হেলিকপ্টাৰ। বৰডুমচাৰ খেলপথাৰৰ মাজতে হঠাৎ অৱতৰণ কৰা হয় এখন হেলিকপ্টাৰখন।

2 / 5

তাৰ পিছতে অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। হেলিকপ্টাৰ চাবলৈ ভিৰ কৰে অঞ্চলটোৰ ৰাইজে।

3 / 5

তিনিচুকীয়াৰ বৰডুমচাৰ কঠালগুৰিৰ ডিব্ৰুপৰীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অৱতৰণ কৰোৱা হয় ভাৰতীয় সেনাৰ হেলিকপ্টাৰখন। হেলিকপ্টাৰখনত আছি মুঠ ৪ জন যাত্ৰী।

4 / 5

ইয়াৰে দুগৰাকী হেলিকপ্টাৰৰ পাইলট আৰু দুগৰাকী ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়া বুলি জানিব পৰা গৈছে। পাইলটৰ তৎপৰতাৰ পৰা দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল হেলিকপ্টাৰখন।

5 / 5

জানিব পৰা মতে ভাৰতীয় সেনাৰ ডিনজানস্থিত কেম্পৰ পৰা অৰুণাচল প্ৰদেশৰ অননিলৈ যাত্ৰা কৰিছিল হেলিকপ্টাৰখনে। হঠাৎ হেলিকপ্টাৰৰ যান্ত্ৰিক বিজুতি হোৱাৰ বাবে কঠালগুৰি অৱতৰণ কৰোৱা হয় বুলি জানিব পৰা গৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...