India vs Australia 2nd T20I: পুনৰ টছত পৰাস্ত হ’ল ভাৰতীয় অধিনায়ক, মূল একাদশক লৈ সূৰ্য-গম্ভীৰে ল’লে ডাঙৰ সিদ্ধান্ত
এই মেচখনৰ বাবে ভাৰতীয় দলৰ মূল একাদশ ইতিমধ্যে নিশ্চিত কৰা হৈছে। কেনবেৰাত প্ৰথম মেচত অৱতীৰ্ণ হোৱা দলটোৱেই আজি মেলবৰ্ণতো দেখা পোৱা যাব। অপেনাৰদ্বয় অভিষেক আৰু গিলৰ ওপৰত আজি দৃষ্টি নিবদ্ধ হ’ব সকলোৰে।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5