স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত পেৰেড অনুশীলনৰ দৃশ্য চাওক... | Independence Day Parade Full Dress Rehearsal at Red Fort Full details in Assamese Assam news - Assam Tv9

Independence Day 2025 Parade: ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ বাবে সাজু দেশবাসী, লালকিল্লাৰ পেৰেড অনুশীলনৰ দৃশ্য চাওক…

Published: 

13 Aug 2025 | 07:17 PM

Independence Day Parade Rehearsal: ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন কৰিবলৈ সাজু হৈছে দেশবাসী। বুধবাৰে নতুন দিল্লীৰ লালকিল্লাত অনুষ্ঠিত হোৱা ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে ভাৰতীয় নৌসেনা, বায়ুসেনা, ত্ৰি-সেৱা বেণ্ড(Tri Service Band) ধৰি বিভিন্ন বাহিনীৰ নিৰাপত্তাৰক্ষীয়ে সম্পূৰ্ণ সাজ-পোছাকৰ আখৰাত অংশগ্ৰহণ কৰে। ১৫ আগষ্টৰ অনুষ্ঠানৰ পূৰ্বে এই অনুশীলনত পেৰেডৰ প্ৰস্তুতি আৰু নিৰাপত্তাৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰা হয়।

1 / 8৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সম্পূৰ্ণ সাজ-পোছাকৰ আখৰাৰ সময়ত ত্ৰি-সেৱা বেণ্ডৰ সদস্য।

৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সম্পূৰ্ণ সাজ-পোছাকৰ আখৰাৰ সময়ত ত্ৰি-সেৱা বেণ্ডৰ সদস্য।

2 / 8

৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সম্পূৰ্ণ সাজ-পোছাকৰ আখৰাত অংশগ্ৰহণ কৰা নিৰাপত্তাৰক্ষীসকল।

3 / 8

লালকিল্লাৰ স্বাধীনতা দিৱসৰ সম্পূৰ্ণ সাজ-পোছাকৰ আখৰাৰ সময়ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল।

4 / 8

৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সম্পূৰ্ণ সাজ-পোছাকৰ আখৰাৰ সময়ত ভাৰতীয় নৌসেনা আৰু বায়ুসেনাৰ জোৱানসকল।

5 / 8

৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ লালকিল্লাত অনুষ্ঠিত সম্পূৰ্ণ সাজ-পোছাকৰ আখৰাৰ সময়ত আকাশমাৰ্গত ভাৰতীয় বায়ুসেনাৰ এখন হেলিকপ্টাৰ।

6 / 8

৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সম্পূৰ্ণ সাজ-পোছাকৰ আখৰাত অংশগ্ৰহণ কৰা ভাৰতীয় বায়ুসেনাৰ এখন হেলিকপ্টাৰে পুষ্প বৃষ্টি কৰাৰ সময়ত।

7 / 8

লালকিল্লাৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সম্পূৰ্ণ সাজ-পোছাকৰ আখৰাত এনচিচিৰ কেডেটসকলে অংশগ্ৰহণ কৰে।

8 / 8

লালকিল্লাৰ স্বাধীনতা দিৱসৰ সম্পূৰ্ণ সাজ-পোছাকৰ আখৰাৰ সময়ত এইদৰে দেখা গ'ল নৌসেনাৰ জোৱানসকলক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...