ভাৰত-পাকিস্তানৰ মেচত দেখা যাব এই ৫গৰাকী সুন্দৰী মহিলা ক্ৰিকেটাৰক | ind vs pak womens t20 world cup 2024 most beautiful cricketers Assam news - Assam Tv9

ভাৰত-পাকিস্তানৰ মেচত দেখা যাব এই ৫গৰাকী সুন্দৰী মহিলা ক্ৰিকেটাৰক

Updated On: 

06 Oct 2024 | 03:25 PM

ভাৰত আৰু পাকিস্তানৰ মাজত মহিলা টি-২০ বিশ্বকাপৰ মেচ ডুবাইত অনুষ্ঠিত হ'ব । দুয়োটা দলতে একাধিক প্ৰতিভাশালী খেলুৱৈ আছে। একে সময়তে কিছুমান ক্ৰিকেটাৰ আছে যি দৰ্শনীয় খেলৰ লগতে তেওঁলোকৰ সৌন্দৰ্যৰ বাবে জনপ্ৰিয়।

1 / 5আজি অৰ্থাৎ ৬ অক্টোবৰত ভাৰত-পাকিস্তানৰ খেলখনত ৫গৰাকী সুন্দৰী ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিব। ইয়াৰ প্ৰথম নামটো হৈছে ভাৰতৰ স্মৃতি মান্ধানা। বলীউডৰ অভিনেত্ৰীসকলো এইগৰাকী অপেনাৰৰ সন্মুখত বিফল হৈছে।  অনুৰাগীসকল তেওঁৰ বেটিঙৰ  লগতে সৌন্দৰ্যৰ বাবেও উন্মাদ । (Photo: Instagram/Smriti Mandhana)

আজি অৰ্থাৎ ৬ অক্টোবৰত ভাৰত-পাকিস্তানৰ খেলখনত ৫গৰাকী সুন্দৰী ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিব। ইয়াৰ প্ৰথম নামটো হৈছে ভাৰতৰ স্মৃতি মান্ধানা। বলীউডৰ অভিনেত্ৰীসকলো এইগৰাকী অপেনাৰৰ সন্মুখত বিফল হৈছে। অনুৰাগীসকল তেওঁৰ বেটিঙৰ লগতে সৌন্দৰ্যৰ বাবেও উন্মাদ । (Photo: Instagram/Smriti Mandhana)

2 / 5

আজি অৰ্থাৎ ৬ অক্টোবৰত ভাৰত-পাকিস্তানৰ খেলখনত ৫গৰাকী সুন্দৰী ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিব। ইয়াৰ প্ৰথম নামটো হৈছে ভাৰতৰ স্মৃতি মান্ধানা। বলীউডৰ অভিনেত্ৰীসকলো এইগৰাকী অপেনাৰৰ সন্মুখত বিফল হৈছে। অনুৰাগীসকল তেওঁৰ বেটিঙৰ লগতে সৌন্দৰ্যৰ বাবেও উন্মাদ । (Photo: Instagram/Smriti Mandhana)

3 / 5

ঝুলন গোস্বামীৰ দৰে কিংবদন্তি দ্ৰুত বলাৰৰ অৱসৰৰ পাছত, ৰেণুকা সিং ঠাকুৰে ভাৰতীয় পেচ আক্ৰমণক নেতৃত্ব দিছে। ২৮ বছৰীয়া ৰেণুকা হিমাচল প্ৰদেশৰ বাসিন্দা। (Photo: Instagram/Renuka Singh Thakur)

4 / 5

পাকিস্তানত 'লেডী ধোনী' নামেৰে জনপ্ৰিয় আলিয়া ৰিয়াজ ৰান সংগ্ৰহৰ বাবে জনাজাত। তেওঁ অলপতে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ৱাকাৰ ইউনুছৰ ভাতৃৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। এতিয়া তেওঁ টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰিছে। (Photo: Instagram/Aliya Riaz)

5 / 5

উইকেটকিপাৰ বেটছমেন মুনিবা আলীকো ভাৰত-পাকিস্তানৰ খেলত দেখা যাব। মহিলাৰ টি-২০ত শতক অৰ্জন কৰা তেওঁ পাকিস্তানৰ একমাত্ৰ বেটছমেন। (Photo: Instagram/Muneeba Ali)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...