চৰাইদেউৰ সাপেখাতীত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী, বাঘ চাবলৈ ৰাইজৰ ভিৰ | Huge leopard caged by forest department in Charaideo District assam Assam news - Assam Tv9

চৰাইদেউৰ সাপেখাতীত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী, বাঘ চাবলৈ ৰাইজৰ ভিৰ

Published: 

15 Sep 2025 | 09:22 AM

চৰাইদেউৰ সাপেখাতীত পিঞ্জৰাবদ্ধ হৈছে প্ৰকাণ্ড নাহৰফুটুকী । দীৰ্ঘদিন ধৰি আতংকৰ সৃষ্টি কৰি আহিছিল বাঘটোৱে । দেওবাৰে সাপেখাতী বিহুবৰ চাহ বাগিচাত বন বিভাগে পতা পিঞ্জৰাত আৱদ্ধ হয় বাঘটো।

1 / 5ৰাজ্যত অব্যাহত আছে বাঘৰ সন্ত্ৰাস। বহু ঠাইত জনাঞ্চলত প্ৰায়ে মুক্ত বিচৰণ কৰে বাঘে।

ৰাজ্যত অব্যাহত আছে বাঘৰ সন্ত্ৰাস। বহু ঠাইত জনাঞ্চলত প্ৰায়ে মুক্ত বিচৰণ কৰে বাঘে।

2 / 5

চৰাইদেউ জিলাৰ সাপেখাতীত নাহৰফুটুকীৰ মুক্ত বিচৰণ। যাৰ ফলত অঞ্চলজুৰি আতংকই বিৰাজ কৰিছে।

3 / 5

বহু দিন ধৰি গৰু-ছাগলী ভক্ষণ কৰি তাণ্ডৱ সৃষ্টি কৰিছিল নাহৰফুটুকীটোৱে। তাৰ পিছতে বন বিভাগক খবৰ দিয়ে অঞ্চলটোৰ ৰাইজে।

4 / 5

অৱশেষত দেওবাৰে সাপেখাতী বিহুবৰ চাহ বাগিচাত বন বিভাগে পতা পিঞ্জৰাত আৱদ্ধ হয় বাঘটো। ইয়াৰ পিছতে এতিয়া অঞ্চলবাসীয়ে স্বস্তিৰ নিশ্বাস লয়।

5 / 5

পিঞ্জৰাত ৰখা ছাগলী ভক্ষণ কৰিবলৈ আহি আবদ্ধ হল বাঘটো। ইফালে প্ৰায় পাঁচ ফুট ওখ বিশাল আকৃতিৰ বাঘটো চাবলৈ ৰাইজৰ ভিৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...