কেৱল চৰকাৰী শিক্ষানুষ্ঠানত অনুষ্ঠিত হ'ব মেট্ৰিক, হায়াৰ চেকেণ্ডাৰী পৰীক্ষা: ঘোষণা মুখ্যমন্ত্ৰীৰ | HSLC and Higher Secondary Final Examinations conducted exclusively in government schools in Assam 2026 Himanta Biswa Sarma announced Assam news - Assam Tv9

কেৱল চৰকাৰী শিক্ষানুষ্ঠানত অনুষ্ঠিত হ’ব মেট্ৰিক, হায়াৰ চেকেণ্ডাৰী পৰীক্ষা: ঘোষণা মুখ্যমন্ত্ৰীৰ

Published: 

25 Jan 2026 | 12:44 PM

এইবাৰ ব্যক্তিগত শিক্ষানুষ্ঠানত অনুষ্ঠিত নহয় মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষা। চৰকাৰী শিক্ষানুষ্ঠানত, চৰকাৰী শিক্ষকৰ নিৰীক্ষণত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

1 / 5বিধানসভা নিৰ্বাচনৰ সমসাময়িকভাৱে ৰাজ্যত অনুষ্ঠিত হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। ADRE পৰীক্ষাৰ দৰে এই দুটা পৰীক্ষাও সুকলমে পৰিচালনা কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।

বিধানসভা নিৰ্বাচনৰ সমসাময়িকভাৱে ৰাজ্যত অনুষ্ঠিত হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। ADRE পৰীক্ষাৰ দৰে এই দুটা পৰীক্ষাও সুকলমে পৰিচালনা কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।

2 / 5

এইবাৰ ব্যক্তিগত শিক্ষানুষ্ঠানত অনুষ্ঠিত নহয় মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষা। চৰকাৰী শিক্ষানুষ্ঠানত, চৰকাৰী শিক্ষকৰ নিৰীক্ষণত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

3 / 5

ইয়াৰ বাবে জাৰি কৰা হ'ব কেতবোৰ নীতি-নিৰ্দেশনা। ইফালে ফেব্ৰুৱাৰী মাহত ৫ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে নতুনকৈ নিযুক্তি লাভ কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

4 / 5

উল্লেখ্য যে শিক্ষা বিভাগে প্ৰকাশ কৰা সময়সূচী অনুসৰি অহা ১১ ফেব্ৰুৱাৰী, ২০২৬ ৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৬। এই পৰীক্ষাৰ অন্ত পৰিব ১৬ মাৰ্চ, ২০২৬ ত।

5 / 5

ইফালে ১০ ফেব্ৰুৱাৰী, ২০২৬ ৰ পৰা আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষা শেষ হ'ব ২৭ ফেব্ৰুৱাৰীত।  মেট্ৰিকৰ পুৱাৰ ভাগৰ পৰীক্ষাসমূহ পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈ দুপৰীয়া ১২ বজাত শেষ হ'ব। ইফালে আবেলিৰ পৰীক্ষাসমূহ দুপৰীয়ে ১.৩০ বজাৰ পৰা আৰম্ভ হৈ আবেলি ৪.৩০ বজালৈ চলিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...