উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো পৰীক্ষা বাতিল, কেনেকৈ লাভ কৰিব নম্বৰ? | HS first year examination cancell notice by assam state school education board Assam news - Assam Tv9

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো পৰীক্ষা বাতিল, কেনেকৈ লাভ কৰিব নম্বৰ?

Updated On: 

04 Apr 2025 | 06:41 PM

বাতিল কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা। পঞ্চায়ত নিৰ্বাচনৰ বাবে পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰিলে জাননী।

1 / 5বাতিল কৰা হ'ল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ। পৰীক্ষা স্থগিত ৰখাৰ পাছৰে পুনৰ পৰীক্ষা অনুষ্ঠিত হ’ব নে নহয় তাক লৈ চলিছিল চৰ্চা।

বাতিল কৰা হ'ল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ। পৰীক্ষা স্থগিত ৰখাৰ পাছৰে পুনৰ পৰীক্ষা অনুষ্ঠিত হ’ব নে নহয় তাক লৈ চলিছিল চৰ্চা।

2 / 5

অৱশেষত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰিলে জাননী। বাকী থকা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত নকৰে শিক্ষা ব’ৰ্ডে। পূর্বে প্রশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হৈছিল পৰীক্ষাসমূহ।

3 / 5

পঞ্চায়ত নিৰ্বাচনৰ বাবে একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে। জাননী অনুসৰি হৈ যোৱা পৰীক্ষাৰ মাৰ্কশ্বীট লাভ কৰিব ৱেবছাইটত।

4 / 5

শিক্ষানুষ্ঠানসমূহে বছেৰেকীয়া পৰীক্ষাৰ দৰে পাতিব পাৰিব পৰীক্ষা।প্ৰথম বৰ্ষৰ পৰীক্ষাত বহা ছাত্ৰ-ছাত্ৰীয়ে দিব পাৰিব দ্বিতীয় বৰ্ষৰ পৰীক্ষা।

5 / 5

ইউনিট টেষ্ট পৰীক্ষাৰ নম্বৰৰ ভিত্তিত মূল্যায়ন কৰা হ’ব বাতিল হোৱা বিষয়সমূহৰ নম্বৰ। স্থগিত ৰখা পৰীক্ষাসমূহ আৰু ভৱিষ্যতে অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...