HS exam: আজিৰ পৰা আৰম্ভ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা, মুঠ ৩,০৬,৮৪১গৰাকী ছাত্ৰ-ছাত্ৰী হ'ব অৱতীৰ্ণ | HS exam start from todat total student almost 3lakh know details in assamese Assam news - Assam Tv9

HS exam: আজিৰ পৰা আৰম্ভ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা, মুঠ ৩,০৬,৮৪১গৰাকী ছাত্ৰ-ছাত্ৰী হ’ব অৱতীৰ্ণ

Published: 

13 Feb 2025 | 08:01 AM

HS exma: দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত আজি পৰীক্ষাত বহিব ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰী। আজিৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাক লৈ সম্পূৰ্ণ হৈছে প্ৰস্তুতি।

1 / 5সকলো প্ৰস্তুতিৰ অন্তত আজি ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰী বহিব পৰীক্ষা। আজিৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা  পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি শিক্ষামন্ত্ৰী ৰনোজ পেগুকে ধৰি বিভিন্নজনলৈ।

সকলো প্ৰস্তুতিৰ অন্তত আজি ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰী বহিব পৰীক্ষা। আজিৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি শিক্ষামন্ত্ৰী ৰনোজ পেগুকে ধৰি বিভিন্নজনলৈ।

2 / 5

তথ্য অনুসৰি ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিত চূড়ান্ত পৰীক্ষাত মুঠ ৩,০৬,৮৪১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। এই পৰীক্ষাৰ বাবে ৰাজ্যত মুঠ ৮৫৬ টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে। উল্লেখ্য যে, আজিৰ পৰা আৰম্ভ হোৱা পৰীক্ষা ১৭ মাৰ্চলৈ চলিব।

3 / 5

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাও দুটা শ্বিফ্টত অনুষ্ঠিত হ’ব। প্ৰথম শ্বিফ্টৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় শ্বিফ্টৰ পৰীক্ষা ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব।

4 / 5

আজি দিনৰ ১.৩০ বজাৰ পৰা আছে ইংৰাজী বিষয়ৰ পৰীক্ষা। এই পৰীক্ষা আবেলি ৪.৩০ বজালৈ চলিব। পৰৱৰ্তী পৰীক্ষাসমূহো সময়সূচী অনুসৰি অনুষ্ঠিত হ'ব।

5 / 5

ইয়াৰ বিপৰীতে অহা বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ২১ আৰু ২২ জানুৱাৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হৈ যায়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৪,২৯,৪৪৮ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...