হোৱাটছএপৰ বাৰক’ডে গোপনীয়তা ৰক্ষা কৰাৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰে ? | How WhatsApp Barcode Protects Your Privacy and Simplifies Connections Assam news - Assam Tv9

WhatsApp Barcode : হোৱাটছএপৰ বাৰক’ডে আপোনাৰ গোপনীয়তা ৰক্ষা কৰাৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰে?

Published: 

04 Dec 2024 | 01:59 PM

হোৱাটছএপে লৈ আহিছে এক গুৰুত্বপূৰ্ণ ফিচাৰ । কাৰোবাৰ নম্বৰ লোৱা বা দিয়াৰ সমস্যা দূৰ কৰিবলৈ হোৱাটছএপে বাৰক’ড ফিচাৰ আপডেট কৰিছে । এই WhatsApp barcode য়ে আপোনাক আপোনাৰ গোপনীয়তা বজাই ৰখাত সহায় কৰিব পাৰে ।

1 / 5ব্যৱহাৰকাৰী সুবিধা হোৱাকৈ হোৱাটছএপে লৈ আহিছে এক গুৰুত্বপূৰ্ণ ফিচাৰ । কাৰোবাৰ নম্বৰ লোৱা বা দিয়াৰ সমস্যা দূৰ কৰিবলৈ হোৱাটছএপে বাৰক’ড ফিচাৰ আপডেট কৰিছে । এই WhatsApp barcode য়ে আপোনাক আপোনাৰ গোপনীয়তা বজাই ৰখাত সহায় কৰিব পাৰে ।

ব্যৱহাৰকাৰী সুবিধা হোৱাকৈ হোৱাটছএপে লৈ আহিছে এক গুৰুত্বপূৰ্ণ ফিচাৰ । কাৰোবাৰ নম্বৰ লোৱা বা দিয়াৰ সমস্যা দূৰ কৰিবলৈ হোৱাটছএপে বাৰক’ড ফিচাৰ আপডেট কৰিছে । এই WhatsApp barcode য়ে আপোনাক আপোনাৰ গোপনীয়তা বজাই ৰখাত সহায় কৰিব পাৰে ।

2 / 5

বাৰক’ডৰ জৰিয়তে আপুনি আপোনাৰ নম্বৰ কাকো নিদিয়াকৈ মেছেজৰ জৰিয়তে তথ্য আদান-প্ৰদান কৰাৰ লগতে কথা পাতিব পাৰিব। হোৱাটছএপৰ জৰিয়তে আন এজন লোকৰ সৈতে যোগাযোগ কৰিবলৈ বাৰক’ডৰ সহায় ল’ব পাৰে। এই বাৰক'ডটো স্কেন কৰি আনজন ব্যক্তিয়ে আপোনাৰ সৈতে যোগাযোগ কৰিব বা সংযুক্ত হ’ব পাৰিব ।

3 / 5

ইয়াৰ বাবে আপুনি মাত্ৰ আপোনাৰ স্মাৰ্টফোনত হোৱাটছএপ খুলিব লাগিব । হোৱাটছএপ খোলাৰ পিছত চেটিংছ অপচনলৈ যাওক। চেটিংছলৈ যোৱাৰ পিছত আপোনাৰ প্ৰফাইল ফটো আৰু আপোনাৰ ব্যৱহাৰকাৰীৰ নাম ওপৰত দেখা যাব আৰু সোঁফালে বাৰক’ড আইকন দেখা যাব । তাত ক্লিক কৰক।

4 / 5

এতিয়া আপোনাৰ স্ক্ৰীণত এটা ডাঙৰ বাৰক’ড ওলাব যিটো স্কেন কৰাটো সহজ হ’ব। ইয়াৰ পিছত সোঁফালৰ চুকত send icon দেখা যাব । তাত ক্লিক কৰি ব্যৱহাৰকাৰীলৈ প্ৰেৰণ কৰক। এই বাৰক'ডটো ৰিছেট কৰা কৰিবও পাৰিব । ৰিছেট বাৰক'ড বিকল্পত ক্লিক কৰি ৰিছেট কৰিব পাৰিব।

5 / 5

বাৰক’ড ৰিছেট কৰাৰ পাছত পূৰ্বে আন ব্যক্তিলৈ পঠিওৱা বাৰক’ডে কোনো কাম নকৰিব বা আপোনাৰ সৈতে পুনৰ সংযুক্ত হ’ব নোৱাৰিব । ই আপোনাৰ গোপনীয়তা ৰক্ষা কৰাত সহায় কৰিব ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...