ৰাতিপুৱাৰ শৰীৰ চৰ্চাৰ বাবে নিজকে কেনেকৈ উৎসাহিত কৰিব ? জানক... | How to motivate yourself for morning exercises Assam news - Assam Tv9

ৰাতিপুৱাৰ শৰীৰ চৰ্চাৰ বাবে নিজকে কেনেকৈ উৎসাহিত কৰিব ? জানক…

Updated On: 

20 Nov 2024 | 07:11 AM

দেৰিকৈ শুবলৈ যোৱা, দেৰিকৈ সাৰ পোৱা, অস্বাস্থ্যকৰ খাদ্য খোৱা, জীৱনত কোনো ৰুটিন নথকা এই সকলোবোৰে শৰীৰৰ ক্ষতি কৰে। গতিকে নিজকে ভাল কৰি ৰাখিবলৈ পুৱা সোনকালে উঠি ব্যায়াম বা যোগাসন কৰাটো গুৰুত্বপূৰ্ণ।বহু লোকে ৰাতিপুৱা সাৰ পোৱাৰ পিছত কোনো ধৰণৰ ব্যায়াম বা যোগাসন কৰিবলৈ মন নকৰে বা এলাহ কৰে । এনে পৰিস্থিতিত ৰাতিপুৱা সময়ছোৱাত নিজকে কেনেকৈ উৎসাহিত কৰিব লাগে জানেনে?

1 / 5নিজকে সুস্থ আৰু শক্তিশালী কৰি ৰাখিবলৈ শাৰীৰিক ব্যায়ামৰ বিকল্প নাই। দেৰিকৈ শুবলৈ যোৱা, দেৰিকৈ সাৰ পোৱা, অস্বাস্থ্যকৰ খাদ্য খোৱা, জীৱনত কোনো ৰুটিন নথকা এই সকলোবোৰে শৰীৰৰ ক্ষতি কৰে। গতিকে নিজকে ভাল কৰি ৰাখিবলৈ পুৱা সোনকালে উঠি ব্যায়াম বা যোগাসন কৰাটো গুৰুত্বপূৰ্ণ।

নিজকে সুস্থ আৰু শক্তিশালী কৰি ৰাখিবলৈ শাৰীৰিক ব্যায়ামৰ বিকল্প নাই। দেৰিকৈ শুবলৈ যোৱা, দেৰিকৈ সাৰ পোৱা, অস্বাস্থ্যকৰ খাদ্য খোৱা, জীৱনত কোনো ৰুটিন নথকা এই সকলোবোৰে শৰীৰৰ ক্ষতি কৰে। গতিকে নিজকে ভাল কৰি ৰাখিবলৈ পুৱা সোনকালে উঠি ব্যায়াম বা যোগাসন কৰাটো গুৰুত্বপূৰ্ণ।

2 / 5

মানুহৰ এটা বেয়া অভ্যাস আছে । বহু লোকে ৰাতিপুৱা সাৰ পোৱাৰ পিছত কোনো ধৰণৰ ব্যায়াম বা যোগাসন কৰিবলৈ মন নকৰে বা এলাহ কৰে । এনে পৰিস্থিতিত ৰাতিপুৱা সময়ছোৱাত নিজকে কেনেকৈ উৎসাহিত কৰিব লাগে জানেনে?

3 / 5

ধ্যান কৰক –ৰাতি শুই উঠি ধ্যান কৰাৰ অভ্য়াস কৰক । পুৱা ১৫ মিনিট ধ্যান কৰিলে আপোনাৰ দিনটো ভাল হৈ থাকিব । ধ্যান কৰিলে ৰাতি টোপনিও ভাল হ'ব। টোপনিৰ সমস্যা থাকিবলে ধ্যান কৰি সেই সমস্যা দূৰ কৰিব পাৰিব ।

4 / 5

ৰাতিপুৱা টোপনিৰ পৰা সাৰ পোৱাৰ পাছতে প্ৰথমে ফোনটো খুলি দিয়াটো আমাৰ বেয়া অভ্যাস। আমি এই অভ্যাস ত্যাগ কৰিব লাগিব। শুই উঠাৰ আগতে চকু আৰু মুখখন পানীৰে ধুব । ইয়াৰ পাছতে কিছু শাৰীৰিক ব্যায়াম কৰক । ৰাতিপুৱা সাৰ পোৱাৰ পিছত ফোনটো চালে মানসিক চাপ বৃদ্ধি পাব পাৰে।

5 / 5

লঘু ব্যায়ামৰ পৰা আৰম্ভ কৰক – ৰাতিপুৱা সোনকালে সাৰ পোৱাৰ পাছত এলেহুৱা অনুভৱ কৰিলে সংগীত বজাই বা চাইকেল চলাই বা লঘু যোগাসন অভ্যাস কৰিব পাৰে । তেতিয়া আপুনি এলেহুৱা অনুভৱ নকৰিব। সম্ভৱ হ’লে বন্ধু-বান্ধৱীৰ সৈতে ফুৰিবলৈ যাব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...