কণী প্ৰিয় নেকি, কেনেকৈ চিনিব ভাল নে বেয়া কণী?
কণী খোৱা অতি কম সংখ্যকেহে কণী ভাল নে বেয়া চিনাক্ত কৰিব পাৰে। কেইবাদিনো মজুত কৰি ৰখা কণী প্ৰায়ে বজাৰত বিক্ৰী কৰা হয়। আনকি তৎক্ষণাত কণী কিনি খোৱাতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। কণী এটা খাব পৰা হয়নে নহয় কেনেকৈ নিৰ্ণয় কৰিব শিকি লওক।
1 / 7

2 / 7
3 / 7
4 / 7
5 / 7
6 / 7
7 / 7