Manage Linked Devices : আপোনাৰ হোৱাটছএপ অন্য ডিভাইচত লগ ইন হৈ আছে নেকি ? কেনেকৈ জানিব…
হোৱাটছএপ একাউণ্ট যদি অন্য কোনো ডিভাইচত লগ ইন হৈ থাকে সেই কথা কেনেকৈ জানিব ? ইয়াৰ বাবে হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ বাবে উপযোগী ফিচাৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ জৰিয়তে আপোনাৰ হোৱাটছএপ ক’ত চলি আছে বা কোন ডিভাইচত লগ ইন হৈ আছে সেই বিষয়ে তথ্য পোৱা যায়।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5