বিয়াৰ সময়ত কইনাৰ পৰিয়ালৰ পৰা কি কি ল'লে নীৰজ চোপ্ৰাই? শুনিলে হ'ব আচৰিত... | how much dowry amount Neeraj chopra received from himanis family know the truth Assam news - Assam Tv9

বিয়াৰ সময়ত কইনাৰ পৰিয়ালৰ পৰা কি কি ল’লে নীৰজ চোপ্ৰাই? শুনিলে হ’ব আচৰিত…

Published: 

22 Jan 2025 | 04:24 PM

কিছুদিন পূৰ্বে বিবাহ পাশত আৱদ্ধ হয় অলিম্পিক স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰা। কেৱল মাত্ৰ পৰিয়ালৰলোকৰ উপস্থিতি নীৰজে এই বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে নীৰজৰ বিয়াৰ ফটো।

1 / 5গোল্ডেন ব'য় নীৰজ চোপ্ৰাক প্ৰায় সকলোৱে চিনি পায়। অলিম্পিক স্বৰ্ণ জয়ী নীৰজ চোপ্ৰাই কিছুদিন পূৰ্বে বিবাহ-পাশত আৱদ্ধ হয়।  অতি সৰুকৈ বিবাহ অনুষ্ঠানৰ আয়োজন কৰি নীৰজে পৰৱৰ্তী সময়ত সামাজিক মাধ্যমক ফটো পোষ্ট কৰে।

গোল্ডেন ব'য় নীৰজ চোপ্ৰাক প্ৰায় সকলোৱে চিনি পায়। অলিম্পিক স্বৰ্ণ জয়ী নীৰজ চোপ্ৰাই কিছুদিন পূৰ্বে বিবাহ-পাশত আৱদ্ধ হয়। অতি সৰুকৈ বিবাহ অনুষ্ঠানৰ আয়োজন কৰি নীৰজে পৰৱৰ্তী সময়ত সামাজিক মাধ্যমক ফটো পোষ্ট কৰে।

2 / 5

জানিব পৰা মতে নীৰজে হাৰিয়ানাৰ সোনিপত জিলাৰ লাদছোলী গাঁৱৰ বাসিন্দা হিমানী মোৰৰ সৈতে বিবাহ-পাশত আৱদ্ধ হয়। ১৪ জানুৱাৰীৰ পৰা তেওঁলোকৰ বিয়াৰ অনুষ্ঠানবোৰ আৰম্ভ হয় আৰু ১৬ জানুৱাৰীত বিয়া হয়।

3 / 5

বিয়াৰ পাছত নীৰজ চোপ্ৰাৰ বিয়াকলৈ বিভিন্ন খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে ১৪ জানুৱাৰীত নীৰজৰ আঙুঠি পিন্ধোৱা পৰ্ব অনুষ্ঠিত হয়, ১৫ জানুৱাৰীত হালধি আৰু ১৬ জানুৱাৰীত বিয়া। দুয়োটা পৰিয়ালৰ তৰফৰ পৰা বিয়াত মাত্ৰ ৬০ জনলোকহে উপস্থিত আছিল।

4 / 5

নীৰজে এই বিয়াত লোৱা যৌতুকৰ পৰিমাণ শুনিলে আচৰিত হ'ব আপুনি। সংবাদ মাধ্যম দৈনিক ভাস্কৰে প্ৰকাশ কৰা তথ্য অনুসৰি হিমানীৰ পিতৃ চন্দ্ৰম মোৰ আৰু মাতৃ মীনাই কোৱা অনুসৰি নীৰজ আৰু হিমানীৰ বিয়া মাত্ৰ ১ টকাতে হয়। এয়া যৌতুক নাছিল, আছিল এক আশীৰ্বাদ।

5 / 5

Neeraj Chopra Marriage (3)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...