গ্ৰীণ টি ছালৰ বাবেও উপকাৰী, ই ছালৰ কি কি সমস্যা দূৰ কৰে ? জানক | How green tea helps to relieve skin problems Assam news - Assam Tv9

গ্ৰীণ টি ছালৰ বাবেও উপকাৰী, ই ছালৰ কি কি সমস্যা দূৰ কৰে ? জানক

Published: 

06 Jan 2025 | 05:05 PM

গ্ৰীণ টি সেৱন কৰিলে শৰীৰৰ ওজনৰ হ্ৰাস কৰাত সহায়ক হয় বুলি কোৱা হয় । ইয়াৰ উপৰিও গ্ৰীণ টি ছালৰ বাবেও উপকাৰী । গ্ৰীণ টিয়ে ছালৰ কি কি উপকাৰ সাধন কৰে জানেনে ?

1 / 5শৰীৰৰ ওজন হ্ৰাস কৰাৰ বাবে প্ৰায় সংখ্য়ক লোকে গ্ৰীণ টি সেৱন কৰে । গ্ৰীণ টি সেৱন কৰিলে শৰীৰৰ ওজনৰ হ্ৰাস কৰাত সহায়ক হয় বুলি কোৱা হয় । ইয়াৰ উপৰিও গ্ৰীণ টি ছালৰ বাবেও উপকাৰী । গ্ৰীণ টিয়ে ছালৰ কি কি উপকাৰ সাধন কৰে জানেনে ?

শৰীৰৰ ওজন হ্ৰাস কৰাৰ বাবে প্ৰায় সংখ্য়ক লোকে গ্ৰীণ টি সেৱন কৰে । গ্ৰীণ টি সেৱন কৰিলে শৰীৰৰ ওজনৰ হ্ৰাস কৰাত সহায়ক হয় বুলি কোৱা হয় । ইয়াৰ উপৰিও গ্ৰীণ টি ছালৰ বাবেও উপকাৰী । গ্ৰীণ টিয়ে ছালৰ কি কি উপকাৰ সাধন কৰে জানেনে ?

2 / 5

যদি আপুনি ছালৰ যত্নৰ বাবে সেউজীয়া পাত ব্যৱহাৰ কৰে তেন্তে ইয়াৰ উপকাৰ দুগুণ হয়। গ্ৰীণ টিয়ে ছালখন মসৃণ কৰি তোলে। ছালৰ যত্ন লোৱাৰ বাবে আপুনি গ্ৰীণ টি ব্যৱহাৰ কৰিব পাৰে । প্ৰদূষণ,ভুল ছালৰ যত্নৰ ফলত ছালখনৰ সমস্যা সৃষ্টি হ'ব পাৰে ।

3 / 5

সেউজীয়া চাহ বা গ্ৰীণ টিয়ে ছালৰ সমস্যাবোৰ দূৰ কৰাত সহায় কৰে । গ্ৰীণ টিত এন্টিঅক্সিডেন্ট থাকে, যিয়ে বহু দিশত সহায় কৰে। গ্ৰীণ টিয়ে অতিৰিক্ত চেবাম উৎপাদন নিয়ন্ত্ৰণ কৰে, হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰে আৰু বেক্টেৰিয়া নিয়ন্ত্ৰণত ৰাখে।

4 / 5

গ্ৰীণ টিত পলিফিনল থাকে, যিয়ে ছালখনক ক্ষতিৰ পৰা ৰক্ষা কৰে। গ্ৰীণ টিয়ে শৰীৰৰ পৰা সকলো বেয়া পদাৰ্থ আঁতৰোৱাত সহায় কৰে । ইয়াৰ ফলত ছালৰ বহুতো সমস্যা কমি যায়। গ্ৰীণ টিত প্ৰদাহ নিবাৰণকাৰী গুণ থাকে, যিয়ে পাছলৈ ছালৰ প্ৰদাহ হ্ৰাস কৰে।

5 / 5

স্প্ৰেৰ বটলত ভৰাই মুখত গ্ৰীণ টি লগাব পাৰে । গ্ৰীণ টি টোনাৰে আপোনাৰ ছালৰ সমস্যা হ্ৰাস কৰিব পাৰে। তদুপৰি গ্ৰীণ টি ব্যৱহাৰ কৰিলে ছালত সতেজতা বৃদ্ধি পাব । মুলতানি মাটি আৰু গ্ৰীণ টি মিহলাই আপুনি পেক বনাব পাৰে । ইয়াৰ ফলত ছালৰ সমস্যা কমি যাব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...