শিক্ষক ডিম্পু বৰুৱা কেনেকৈ হ'ল অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু, তেওঁৰ পিতৃ-মাতৃ কোন জানেনে? | How did Teacher Dimpu Baruah become Assam's popular YouTuber Dimpu,Know his educational qualifications Assam news - Assam Tv9

শিক্ষক ডিম্পু বৰুৱা কেনেকৈ হ’ল অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু, তেওঁৰ পিতৃ-মাতৃ কোন জানেনে?

Updated On: 

27 Dec 2024 13:26 PM

বৰ্তমান সময়ত জনপ্ৰিয় ইউটিউবাৰ সকলৰ ভিতৰত অন্যতম হ’ল ডিম্পু বৰুৱা। ডিম্পু বৰুৱা বুলি ক’লে বৰ্তমান অসমত চিনি নোপোৱা মানুহ হয়তো নোলাব। কিন্তু আপুনি ডিম্পুৰ শিক্ষাগত অৰ্হতা আৰু পিতৃ-মাতৃৰ বিষয়ে জানেনে?

1 / 5ডিম্পু বৰুৱা (Dimpu Baruah) হৈছে ভাৰতৰ অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ। অসমীয়া ভাষাত ভিডিঅ’ আপল’ড কৰা তেওঁৰ ডিম্পু বৰুৱা (Dimpu Baruah) আৰু ডিম্পুছ ভ্লগ্‌ছ (Dimpu's Vlogs) ইউটিউব চেনেলদুটাই ইতিমধ্যে ২ মিলিয়ন ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। তেওঁৰ Diiimpu নামেৰে হিন্দী ভাষাতো এটা ইউটিউব চেনেল আছে। বৰ্তমান তেওঁৰ দ্বিতীয়টো চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হ’ল ২৮,৮০০০০৷

ডিম্পু বৰুৱা (Dimpu Baruah) হৈছে ভাৰতৰ অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ। অসমীয়া ভাষাত ভিডিঅ’ আপল’ড কৰা তেওঁৰ ডিম্পু বৰুৱা (Dimpu Baruah) আৰু ডিম্পুছ ভ্লগ্‌ছ (Dimpu's Vlogs) ইউটিউব চেনেলদুটাই ইতিমধ্যে ২ মিলিয়ন ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। তেওঁৰ Diiimpu নামেৰে হিন্দী ভাষাতো এটা ইউটিউব চেনেল আছে। বৰ্তমান তেওঁৰ দ্বিতীয়টো চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হ’ল ২৮,৮০০০০৷

2 / 5

তেওঁৰ Diiimpu নামেৰে হিন্দী ভাষাতো এটা ইউটিউব চেনেল আছে। বৰ্তমান তেওঁৰ দ্বিতীয়টো চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হ’ল ২৮,৮০০০০৷ ডিম্পুৱে নিজৰ ব্যতিক্ৰম কথা কোৱা শৈলীৰ বাবে সকলোৰে আপোন হৈ পৰিছে। শিশুৰ পৰা বৃদ্ধলৈ ডিম্পুৰ ভিডিঅ' চাই ভাল পায়।

3 / 5

ডিম্পুৰ পিতৃৰ নাম পিতাম্বৰ বৰুৱা আৰু মাতৃৰ নাম লতিকা বৰুৱা। তেওঁ ঘৰৰ একমাত্ৰ সন্তান। মোমায়েকৰ ঘৰত ডিম্পুৱে শৈশৱ অতিবাহিত কৰিছিল। সৰুৰে পৰা লাজুকীয়া স্বভাৱৰ আছিল যদিও এতিয়া ডিম্পুৱে সকলোৰে মন জয় কৰিছে।

4 / 5

বৰ্তমান ইউটিউবত অসমীয়া ভাষাত ভ্লগিং কৰাটো বৰ্তমান ডিম্পুৰ পেছা আৰু নিচা। প্ৰথম অৱস্থাত তেওঁ নলবাৰীৰ এখন বিদ্যালয়ত অংশকালীনভাৱে শিক্ষকতা কৰিছিল। বৰ্তমান ইউটিউবকে পেছা হিচাপে লৈ আগবঢ়ি গৈ আছে।

5 / 5

দেবীৰাম পাঠশালা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ডিম্পু বৰুৱা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমী জুনিয়ৰ কলেজৰ পৰা তেওঁ উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত উত্তীৰ্ণ হৈ ইংৰাজী বিষয়ত নলবাৰী কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ D.El.Ed.-ও সম্পন্ন কৰে।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?