পাব নেকি জামিন? অভিনেত্ৰী নন্দিনী কাশ্যপ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে…
অভিনেত্ৰী নন্দিনী কাশ্যপৰ হিট এণ্ড ৰান গোচৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, ঘটনাৰ প্ৰথম দিনাই গ্ৰেপ্তাৰ হ'লে তেওঁ জামিন পালেহেতেন।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5