অসমত বন্দুকৰ শব্দত বিহু নাহে, এতিয়া কুলি-কেতেকীৰ মাতত বিহু আহেঃ মুখ্যমন্ত্ৰী Assam news - Assam Tv9

অসমত বন্দুকৰ শব্দত বিহু নাহে, এতিয়া কুলি-কেতেকীৰ মাতত বিহু আহেঃ মুখ্যমন্ত্ৰী

Published: 

13 Apr 2024 | 07:46 PM

নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই ক'লে - আগতে তেজৰ ফাকুৱা আছিল অসমত!

1 / 5সমাগত লোকসভা নিৰ্বাচন। প্ৰতিটো দলে এতিয়া ব্যস্ত হৈ আছে নিৰ্বাচনী প্ৰচাৰ চলোৱাত।

সমাগত লোকসভা নিৰ্বাচন। প্ৰতিটো দলে এতিয়া ব্যস্ত হৈ আছে নিৰ্বাচনী প্ৰচাৰ চলোৱাত।

2 / 5

নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰতিটো বিৰোধী দলক কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

3 / 5

নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই ক'লে - আগতে তেজৰ ফাকুৱা আছিল অসমত! বন্ধ, ধৰ্ণা, বোমা বিস্ফোৰণ, বড়ো আন্দোলন, কাৰ্বি আন্দোলন, আদিবাসী আন্দোলন, আলফা আন্দোলনেৰে অসমৰ আকাশ ধুৱলি-কুৱলি হৈ আছিল।

4 / 5

মুখ্যমন্ত্ৰীয়ে কৈছে, মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ল, আৰু এটা এটাকৈ সংগঠনসমূহৰ লগত আলোচনা হ'ল। এজন এজনৈ যুৱক-যুৱতী মূল সুঁতিলৈ উভতি আহিছে।

5 / 5

লগতে মুখ্য়মন্ত্ৰীয়ে কয় যে, আজি ২০২৪ চনত আমি গৌৰৱেৰে ক'ব পাৰো আমাৰ অসমত বন্দুকৰ শব্দত বিহু নাহে, এতিয়া কুলি-কেতেকীৰ মাতত বিহু আহে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...