CAA আন্দোলন ফাঁকি আছিলঃ মুখ্যমন্ত্ৰী Assam news - Assam Tv9

CAA আন্দোলন ফাঁকি আছিলঃ মুখ্যমন্ত্ৰী

Published: 

12 Apr 2024 | 07:25 PM

নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে সাংবাদিকে CAA আৰু যোৰহাট সমষ্টিক লৈ সোধা প্ৰশ্নৰ এইদৰে দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

1 / 5গৰম ৰাজ্যৰ ৰাজনীতি । এই সময়তে নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত প্ৰতিটো দল। নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে সাংবাদিকে CAA আৰু যোৰহাট সমষ্টিক লৈ এইদৰে ক'লে মুখ্যমন্ত্ৰীয়ে...

গৰম ৰাজ্যৰ ৰাজনীতি । এই সময়তে নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত প্ৰতিটো দল। নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে সাংবাদিকে CAA আৰু যোৰহাট সমষ্টিক লৈ এইদৰে ক'লে মুখ্যমন্ত্ৰীয়ে...

2 / 5

''কা' আন্দোলন ফাঁকি আছিল। এই কথা অখিল গগৈ, গৌৰৱ গগৈ, লুৰীণ গগৈয়ে মানি ল'ব লাগে!'

3 / 5

'ছহিদৰ ঘৰলৈ গৈ ক্ষমা খুজিব লাগে'

4 / 5

'অসমত আৰু আৱেগৰ ৰাজনীতি নকৰোঁ বুলি শপত খাব লাগে'

5 / 5

'সত্যৰ ওপৰত আন্দোলন কৰিলে কেচ নহয়,কিন্তু অসত্যৰ ওপৰত আন্দোলন কৰিলে হ'ব।' লগতে কলে নিৰ্বাচনত ১৩খন আসন পোৱাৰ কথা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...