HS 1st Year Exam: উচ্চতৰ মাধ্যমিকৰ প্ৰথম বর্ষৰ গণিতৰ পৰীক্ষা স্থগিত, অনিবাৰ্য কাৰণত স্থগিত কাইলৈ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা | Higher secondary First year maths exam postponed due to some unavoidable reasons Assam news - Assam Tv9

HS 1st Year Exam: উচ্চতৰ মাধ্যমিকৰ প্ৰথম বর্ষৰ গণিতৰ পৰীক্ষা স্থগিত, অনিবাৰ্য কাৰণত স্থগিত কাইলৈ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা

Updated On: 

20 Mar 2025 | 05:45 PM

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বর্ষৰ গণিতৰ পৰীক্ষা স্থগিত। এক জাননীযোগে পৰীক্ষা স্থগিত সিদ্ধান্তৰ কথা প্ৰকাশ কৰে অসম বিদ্যালয় শিক্ষা ব’ৰ্ডে। জানক কেতিয়া অনুষ্ঠিত হ’ব নতুনকৈ গণিতৰ পৰীক্ষা?

1 / 5উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীলৈ জৰুৰী খবৰ।

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীলৈ জৰুৰী খবৰ।

2 / 5

কাইলৈ অনুষ্ঠিত হ’বলগীয়া গণিতৰ পৰীক্ষা স্থগিত।

3 / 5

হঠাৎ গণিতৰ পৰীক্ষা স্থগিত ৰখাৰ জাননী জাৰি অসম বিদ্যালয় শিক্ষা ব’ৰ্ডৰ।

4 / 5

অতি শীঘ্ৰে ঘোষণা হ’ব গণিতৰ পৰীক্ষাৰ পৰৱৰ্তী দিন।

5 / 5

অনিবাৰ্য কাৰণত স্থগিত ৰখা হৈছে বুলি জানিব দিয়ে অসম বিদ্যালয় শিক্ষা ব’ৰ্ডে। ২১ ফেব্ৰুৱাৰীত হোৱা কথা আছিল গণিত বিষয়ৰ পৰীক্ষা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...