ঘৰত সহজে কেনেকৈ প্ৰস্তুত কৰিব গ্ৰীন টী ? অনুসৰণ কৰক এই পদ্ধতি | Health Benefits of Green Tea and How to Make It at Home Assam news - Assam Tv9

ঘৰত সহজে কেনেকৈ প্ৰস্তুত কৰিব গ্ৰীন টী ? অনুসৰণ কৰক এই পদ্ধতি

Updated On: 

21 Dec 2024 | 08:52 PM

আপুনি অতি সহজে ঘৰতে প্ৰস্তুত কৰিব পাৰে সেউজীয়া চাহ। সেউজীয়া চাহ প্ৰস্তুত কৰিবলৈ বেছি কষ্ট কৰিব নালাগে । গতিকে ঘৰতে সেউজীয়া চাহ বনাবলৈ অনুসৰণ কৰক এই পদ্ধতি ।

1 / 5এন্টিঅক্সিডেন্ট সমৃদ্ধ সেউজীয়া চাহ স্বাস্থ্য অতি উপকাৰী। ওজন নিয়ন্ত্ৰণত ৰখাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰালৈকে সেউজীয়া চাহ অতি উপকাৰী । শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰটো সহায় সেউজীয়া চাহে । সেউজীয়া চাহে শৰীৰৰ পৰা বিষাক্ত উপাদানসমূহো আঁতৰাই পেলায়।

এন্টিঅক্সিডেন্ট সমৃদ্ধ সেউজীয়া চাহ স্বাস্থ্য অতি উপকাৰী। ওজন নিয়ন্ত্ৰণত ৰখাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰালৈকে সেউজীয়া চাহ অতি উপকাৰী । শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰটো সহায় সেউজীয়া চাহে । সেউজীয়া চাহে শৰীৰৰ পৰা বিষাক্ত উপাদানসমূহো আঁতৰাই পেলায়।

2 / 5

আপুনি অতি সহজে ঘৰতে প্ৰস্তুত কৰিব পাৰে সেউজীয়া চাহ। সেউজীয়া চাহ প্ৰস্তুত কৰিবলৈ বেছি কষ্ট কৰিব নালাগে । গতিকে ঘৰতে সেউজীয়া চাহ বনাবলৈ অনুসৰণ কৰক এই পদ্ধতি ।

3 / 5

সেউজীয়া চাহ প্ৰস্তুত কৰিবলৈ আপোনাক লাগিব পানী – এক গিলাচ, কুটি লোৱা আদা – ডেৰ চামুচ, মেথি গুটি – ডেৰ চামুচ, তুলসীৰ পাত – ৩ পৰা ৪ টা, দালচেনি – ডেৰ চামুচ, নেমুৰ ৰস ২ চামুচ ।

4 / 5

প্ৰথমে কেৰাহীত এগিলাচ পানী গৰম কৰক। পানী অলপ গৰম হ’লে তাত তুলসীৰ পাত দিব। ইয়াৰ পিছত আদা আৰু দুই চামুচ নেমুৰ ৰস দিব। এতিয়া তাত মেথি গুটি আৰু দালচেনি দিব। কম জুইত ২-৩ মিনিট উতলাব। ইয়াৰ পিছত কাপত লৈ পিছত তাত মৌ মিহলাই সেৱন কৰক।

5 / 5

সেউজীয়া চাহে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰি হৃদৰোগ প্ৰতিৰোধ কৰে। মানসিক চাপ আৰু মেজাজৰ পৰিৱৰ্তনৰ দৰে বহুতো মানসিক সমস্যাৰ পৰা সকাহ দিয়ে।পাচনতন্ত্ৰ উন্নত কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...