জীৱনৰ ক্ৰীজত অৰ্ধশতক সম্পূৰ্ণ লক্ষ্মণৰঃ কোনে দিছিল লক্ষ্মণক ভেৰি ভেৰি স্পেছিয়েল অভিধা!
আজি ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম এগৰাকী শ্ৰেষ্ঠ বেটছমেন ভি ভি এছ লক্ষ্মণৰ জন্মদিন। জীৱনৰ ৫০টা বসন্ত আজি সম্পূৰ্ণ কৰিলে ‘ভেৰি ভেৰি স্পেছিয়েল’ লক্ষ্মণে। ১৯৭৪ চনৰ ১ নৱেম্বৰত হায়দৰাবাদত জন্ম হৈছিল তাৰকা ক্ৰিকেটাৰগৰাকীৰ। তেওঁ হৈছে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আজো ভতিজা নাতি। চাওঁ আহক লক্ষ্মণৰ জীৱনৰ কিছু আকৰ্ষণীয় তথ্য।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension