'সকলোৰে মৰমৰ হৈ থাকা...', কণ্ঠশিল্পী নীল আকাশৰ জন্মদিনত পত্নীৰ বিশেষ পোষ্ট | Happy Birthday Neel akash: Singer Neel Akash's wife's special post on his birthday Assam news - Assam Tv9

‘সকলোৰে মৰমৰ হৈ থাকা…’, কণ্ঠশিল্পী নীল আকাশৰ জন্মদিনত পত্নীৰ বিশেষ পোষ্ট

Published: 

15 Nov 2025 | 03:51 PM

১৯৯১ চনৰ আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰিছিল কণ্ঠশিল্পীজনে। কেৱল কণ্ঠই নহয়, নীলৰ ব্যক্তিগত জীৱনৰ কথা জানিও অনুৰাগীসকলে ভাল পায়।

1 / 5আজি জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ জন্মদিন। অসমৰ যুৱপ্ৰজন্মৰ মাজত অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী নীল।

আজি জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ জন্মদিন। অসমৰ যুৱপ্ৰজন্মৰ মাজত অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী নীল।

2 / 5

১৯৯১ চনৰ আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰিছিল কণ্ঠশিল্পীজনে। কেৱল কণ্ঠই নহয়, নীলৰ ব্যক্তিগত জীৱনৰ কথা জানিও অনুৰাগীসকলে ভাল পায়।

3 / 5

নীলৰ জন্মদিন উপলক্ষে পত্নী নেনচিয়ে সামাজিক মাধ্যমত দিছে বিশেষ পোষ্ট। তেওঁ লিখিছে, Happy Birthday Pupu r Deutak ! ভগৱানে ভালে ৰাখক তোমাক । সকলোৰে মৰমৰ হৈ থাকা । জীৱন তোমাতেই...

4 / 5

পত্নীৰ এই পোষ্টোৰ পিছতে সামাজিক মাধ্যমত অনুৰাগীয়ে শুভেচ্ছাৰে উপচাই পোলাইছে প্ৰিয় কণ্ঠশিল্পীগৰাকীক। নীলে বহু জনপ্ৰিয় গীত ৰাইজক উপহাৰ দিছে।

5 / 5

সংগীতৰ পথাৰত বহু কষ্ট কৰি নিজৰ সুপৰিচয় গঢ়িবলৈ সক্ষম হৈছে নীলে। আজিৰ এই বিশেষ দিনটোত নীললৈ থাকিল জন্মদিনৰ অলেখ অজুত শুভকামনা ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...