পুনৰ বৃদ্ধি সোণ-ৰূপৰ মূল্য, চাওক গুৱাহাটী বজাৰত ইয়াৰ দৰ কিমান ? | Guwahati Gold Price Today December 12: Gold-Silver Rates Rise Again, Check Details in Assamese Assam news - Assam Tv9

পুনৰ বৃদ্ধি সোণ-ৰূপৰ মূল্য, চাওক গুৱাহাটী বজাৰত ইয়াৰ দৰ কিমান ?

Published: 

12 Dec 2025 | 10:52 AM

আজি শুকুৰবাৰৰ দিনটোত পুনৰ বৃদ্ধি পালে সোণ-ৰূপৰ মূল্য বৃদ্ধি। দেশৰ বজাৰৰ লগতে গুৱাহাটী বজাৰত আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান বৃদ্ধি পালে চাওঁ আহক।

1 / 5আজিৰ দিনটোত পুনৰ বৃদ্ধি পালে সোণৰ মূল্য। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,৯১০ টকা বৃদ্ধি পাই ১,৩২,৬৬০ টকা হৈছে। ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৭৫০ টকা বৃদ্ধি পাই ১,২১,৬০০ টকা হৈছে। ১৮ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৩০ টকা বৃদ্ধি পাই ৯৯,৪৯০ টকা হয়।

আজিৰ দিনটোত পুনৰ বৃদ্ধি পালে সোণৰ মূল্য। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,৯১০ টকা বৃদ্ধি পাই ১,৩২,৬৬০ টকা হৈছে। ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৭৫০ টকা বৃদ্ধি পাই ১,২১,৬০০ টকা হৈছে। ১৮ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৩০ টকা বৃদ্ধি পাই ৯৯,৪৯০ টকা হয়।

2 / 5

আজিৰ দিনটোত গুৱাহাটী বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩২,৬৯০ টকা(১,৯৪০ টকা বৃদ্ধি), প্ৰতি ১০০ গ্ৰামত ১৩,২৬,৯০০ টকা(১৯,৪০০ টকা বৃদ্ধি)।

3 / 5

একেদৰে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২১,৬০০ টকা(১,৭৫০ টকা বৃদ্ধি), প্ৰতি ১০০ গ্ৰামত ১২,১৬,০০০(১৭,৫০০ টকা বৃদ্ধি)।

4 / 5

ইফালে, আজিৰ দিনটোত গুৱাহাটীত ১৮ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৯,৪৯০ টকা(১,৪৩০ টকা বৃদ্ধি), প্ৰতি ১০০ গ্ৰামত ৯,৯৪,৯০০ টকা(১৪,৩০০ টকা বৃদ্ধি)।

5 / 5

দেখা গৈছে যে, আজিৰ দিনটোত ৰূপৰ মূল্যও বৃদ্ধি পাইছে। গুৱাহাটী বজাৰত ৩০০ টকা বৃদ্ধি পাই প্ৰতি ১০০ গ্ৰাম ৰূপৰ মূল্যত ২০,৪০০ টকা। ইফালে, ৩,০০০ টকা বৃদ্ধি পাই প্ৰতি ১০০০ গ্ৰাম ৰূপৰ মূল্য ১,০৪,০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...