ৰঙালীৰ প্ৰাকক্ষণত সুৰাৰ বিপনী খোলা ৰখাৰ সময় বৃদ্ধি আবকাৰী বিভাগৰ | Guwahati : Excise Department Extends Liquor Shop Hours in Ahead of Rongali Bihu Assam news - Assam Tv9

ৰঙালীৰ পূৰ্বে সুৰাপায়ীসকলৰ বাবে ভাল খবৰ ! হ্ৰাস পাব সুৰাৰ দাম, সুৰাৰ বিপনী খোলা ৰখাৰ সময় বৃদ্ধি আবকাৰী বিভাগৰ

Updated On: 

08 Apr 2025 | 05:45 PM

সুৰাপায়ী সকলৰ বাবে ভাল খবৰ লৈ আহিছে আবকাৰী বিভাগে ! ৰঙালীৰ প্ৰাকক্ষণত আবকাৰী বিভাগৰ এই সিদ্ধান্তই সুখী কৰিব সুৰাপায়ীসকলক । বাৰ আৰু ৱাইন শ্বপ খোলাৰ ক্ষেত্ৰত নতুন অধিসূচনা জাৰি কৰিছে আবকাৰী বিভাগে।

1 / 5সুৰাপায়ী সকলৰ বাবে ভাল খবৰ লৈ আহিছে আবকাৰী বিভাগে ! ৰঙালীৰ প্ৰাকক্ষণত আবকাৰী বিভাগৰ এই সিদ্ধান্তই সুখী কৰিব সুৰাপায়ীসকলক । বাৰ আৰু ৱাইন শ্বপ খোলাৰ ক্ষেত্ৰত নতুন অধিসূচনা জাৰি কৰিছে আবকাৰী বিভাগে। (Photo Credits: Getty Images)

সুৰাপায়ী সকলৰ বাবে ভাল খবৰ লৈ আহিছে আবকাৰী বিভাগে ! ৰঙালীৰ প্ৰাকক্ষণত আবকাৰী বিভাগৰ এই সিদ্ধান্তই সুখী কৰিব সুৰাপায়ীসকলক । বাৰ আৰু ৱাইন শ্বপ খোলাৰ ক্ষেত্ৰত নতুন অধিসূচনা জাৰি কৰিছে আবকাৰী বিভাগে। (Photo Credits: Getty Images)

2 / 5

আবকাৰী বিভাগৰ নতুন অধিসূচনা অনুসৰি, এতিয়াৰ পৰা গুৱাহাটীৰ প্ৰতিখন সুৰাৰ বিপনী নিশা ১১ বজাৰলৈ খোলা থাকিব । ৰঙালীৰ প্ৰাকক্ষণত সুৰাৰ বিপনী খোলা ৰখাৰ সময় বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আবকাৰী বিভাগে । পূৰ্বে নিশা ১০ বজাত বন্ধ হৈছিল প্ৰতিখন সুৰাৰ বিপনী । (Photo Credits: Getty Images)

3 / 5

নিশাৰ ১২.৩০ বজালৈ খোলা থাকিব পাব-পাবসমূহ । ইতিমধ্য়ে এই ক্ষেত্ৰত অধিসূচনা জাৰি কৰিছে আবকাৰী বিভাগে । একেদৰে প্ৰিয়াম বেণ্ডৰ সুৰাৰ দাম হ্ৰাস পাব বুলিও জানিব পৰা গৈছে ।(Photo Credits: Getty Images)

4 / 5

আবকাৰী বিভাগৰ এই সিদ্ধান্তৰ ক্ষেত্ৰত ৰাজহুৱা আপত্তি থাকিলে জিলা উপায়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰিব । ১৫ দিনৰ ভিতৰত ওজৰ-আপত্তি উপায়ুক্তৰ ওচৰত দাখিল কৰিব লাগিব ।(Photo Credits: Getty Images)

5 / 5

লাভ কৰাৰ ওজৰ-আপত্তিৰ ক্ষেত্ৰত জিলা উপায়ুক্তই তদন্ত কৰিব । অহা ১৫ দিনৰ ভিতৰত যদি কোনো ওজৰ-আপত্তি নাথাকে, তেন্তে এই সিদ্ধান্ত কাৰ্যকৰী হ’ব বুলি জানিব পৰা গৈছে ।(Photo Credits: Getty Images)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...