গুজৰাটৰ ৫টা ভয়ংকৰ ঘটনা, য’ত প্ৰাণ হৈছিল শ শ লোকৰ…
গুজৰাটত শনিবাৰে সংঘটিত হোৱা এক মৰ্মান্তিক ঘটনা দেশ কঁপাই গৈছে। ৰাজকোটৰ এটা গেমজোনত সংঘটিকত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ২৮ জনৰ মৃত্যু হয়। কিন্তু গুজৰাটত এয়াই প্ৰথম নহয়। বহু শোকাবহ ঘটনাৰ সাক্ষী গুজৰাট।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5