মহানগৰীৰ বেলতলাত GST বিভাগৰ অভিযান, ব্যৱসায়ী উজ্জল কুমাৰ আগৰৱালাৰ ঘৰত ১০ জনীয়া দল | GST raid on a businessman Ujjal Kumar Agrawal's residence in Beltala Assam news - Assam Tv9

মহানগৰীৰ বেলতলাত GST বিভাগৰ অভিযান, ব্যৱসায়ী উজ্জল কুমাৰ আগৰৱালাৰ ঘৰত ১০ জনীয়া দল

Updated On: 

07 Oct 2025 | 10:19 PM

মহানগৰীৰ বেলতলাত GST ৰ অভিযান। ব্যৱসায়ী উজ্জল কুমাৰ আগৰৱালা নামৰ লোক জনৰ ঘৰত অভিযান। প্ৰায় ১০ জনীয়া এটা দলে চলাইছে অভিযান।

1 / 5মহানগৰীৰ বেলতলাত এগৰাকী ব্যৱসায়ীৰ বাসগৃহত GST ৰ অভিযান। প্ৰায় ১২ কোটি টকা কৰ ফাকিৰ অভিযোগ ব্যৱসায়ী উজ্জল কুমাৰ আগৰৱালাৰ বিৰুদ্ধে।

মহানগৰীৰ বেলতলাত এগৰাকী ব্যৱসায়ীৰ বাসগৃহত GST ৰ অভিযান। প্ৰায় ১২ কোটি টকা কৰ ফাকিৰ অভিযোগ ব্যৱসায়ী উজ্জল কুমাৰ আগৰৱালাৰ বিৰুদ্ধে।

2 / 5

বেলতলাৰ অংকুৰ পথৰ গৃহ নম্বৰ 32 B ত GST বিভাগৰ অভিযান। তিনিচুকীয়াৰ পৰা পলাই গুৱাহাটীত লুকাই আছিল ব্যৱসায়ীজন।

3 / 5

তিনিচুকীয়াৰ পৰা পলাই গুৱাহাটীত লুকাই আছিল ব্যৱসায়ীজন। তিনিচুকীয়াত বি কে এন্টাৰপ্ৰাইজ নামৰ ভুৱা প্ৰতিষ্ঠান খুলি ভুৱা বিল কিনা বেচা কৰিছিল।

4 / 5

উজ্জল আৰু ভাতৃ বিনয় কুমাৰ আগৰৱালাই ভুৱা প্ৰতিষ্ঠান খুলি ভুৱা বিল কিনা বেচা কৰিছিল। বিনয় কুমাৰ আগৰৱালাক উলুবাৰীৰ পৰা আটক কৰে আৰক্ষীয়ে।

5 / 5

কৰ ফাঁকিৰ বাবে বিনয় কুমাৰ আগৰৱালাক ৩ অক্টোবৰত হাজিৰ হ'বলৈ কোৱা হৈছিল, কিন্তু হোৱা নাছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...