বিয়াৰ বজাৰত অধিক হ’ব খৰচ, ৬৬০০০ টকা বাঢ়িল সোণৰ দৰ! চাওক বজাৰ মূল্য | Gold Turns Expensive in Guwahati, Silver Rates Move Up Too; Check Latest Prices in Assamese Assam news - Assam Tv9

বিয়াৰ বজাৰত অধিক হ’ব খৰচ, ৬৬০০০ টকা বাঢ়িল সোণৰ দৰ! চাওক বজাৰ মূল্য

Published: 

01 Dec 2025 | 11:12 AM

বিবাহ বুলিলেই আহে খৰচৰ এক দীঘলীয়া হিচাপে। ইয়াৰে এক বৃহৎ অংশ খৰচ হয় সোণৰ অলংকাৰৰ নামত। পিছে এই খৰচ এতিয়া অধিক বৃদ্ধি পাব। কিয়নো বজাৰত বাঢ়িছে সোণৰ দৰ। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি বজাৰত আজি সোণৰ দৰ হোৰাহোৰে বৃদ্ধি পালে।

1 / 5অসমীয়া সমাজত এতিয়া বিয়াৰ ব্যস্ততা। বিবাহৰ বুলিলেই আহে খৰচৰ এক দীঘলীয়া হিচাপে। ইয়াৰে এক বৃহৎ অংশ খৰচ হয় সোণৰ অলংকাৰৰ নামত। পিছে এই খৰচ এতিয়া অধিক বৃদ্ধি পাব। কিয়নো বজাৰত বাঢ়িছে সোণৰ দৰ।

অসমীয়া সমাজত এতিয়া বিয়াৰ ব্যস্ততা। বিবাহৰ বুলিলেই আহে খৰচৰ এক দীঘলীয়া হিচাপে। ইয়াৰে এক বৃহৎ অংশ খৰচ হয় সোণৰ অলংকাৰৰ নামত। পিছে এই খৰচ এতিয়া অধিক বৃদ্ধি পাব। কিয়নো বজাৰত বাঢ়িছে সোণৰ দৰ।

2 / 5

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি বজাৰত আজি সোণৰ দৰ হোৰাহোৰে বৃদ্ধি পালে। এই তথ্য অনুসৰি, আজি বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬৬ টকাকৈ বৃদ্ধি পাইছে। এইদৰে প্ৰতিগ্ৰাম ২৪ কেৰেট সোণৰ দাম আজি ১৩,০৪৮ টকা হৈছে।

3 / 5

একেদৰে ২২ কেৰেট সোণৰ ক্ষেত্ৰতো আজি প্ৰতিগ্ৰামত ৬০ টকাকৈ বৃদ্ধি পাইছে। গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা তথ্য অনুসৰি আজি ২২ কেৰেট সোণ প্ৰতিগ্ৰামত ১১,৯৬০ টকা দৰত বজাৰত উপলব্ধ হ’ব।

4 / 5

ইফালে ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৪৯ টকাকৈ বৃদ্ধি পাইছে আৰু প্ৰতিগ্ৰামৰ দৰ ৯,৭৮৬ টকা হৈছে। দেশৰ বজাৰৰ লগতে গুৱাহাটীৰ বজাৰতো সোণৰ দৰ বৃদ্ধিৰ এই প্ৰভাৱ দেখা যাব বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে।

5 / 5

সোণৰ দৰৰ দৰেই বজাৰত আজি ৰূপৰ দামো বৃদ্ধি পাইছে। গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে আজি আজি প্ৰতিগ্ৰাম ৰূপত ৩ টকাকৈ বৃদ্ধি পাই ১৮৮ টকা হৈছে। সেই অনুসৰি প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হ’ব ১,৮৮,০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...