১৫০০০০তকৈও অধিক বাঢ়িল সোণৰ দাম, বজাৰলৈ যোৱাৰ পূৰ্বেই চাই লওক এতিয়াই | Gold, Silver Rates Jump in Guwahati Today; Check Updated Prices Assam news - Assam Tv9

১৫০০০০তকৈও অধিক বাঢ়িল সোণৰ দাম, বজাৰলৈ যোৱাৰ পূৰ্বেই চাই লওক এতিয়াই

Updated On: 

05 Jan 2026 | 10:43 AM

সোণৰ অলংকাৰ ক্ৰয় কৰিব বিচৰা লোকসকলৰ বাবে আহিছে এক বেয়া খবৰ। 'গুড ৰিটাৰ্ণছ'ৰ তথ্য অনুসৰি, আজি বজাৰত সোণৰ মূল্যত এক বৃহৎ বৃদ্ধি পৰিলক্ষিত হৈছে। কিমান বাঢ়িল দাম? চাওক এতিয়াই।

1 / 5বছৰৰ আৰম্ভণিতেই সোণৰ অলংকাৰ ক্ৰয় কৰিব বিচৰা লোকসকলৰ বাবে আহিছে এক বেয়া খবৰ। 'গুড ৰিটাৰ্ণছ'ৰ তথ্য অনুসৰি, আজি বজাৰত সোণৰ মূল্যত এক বৃহৎ বৃদ্ধি পৰিলক্ষিত হৈছে।

বছৰৰ আৰম্ভণিতেই সোণৰ অলংকাৰ ক্ৰয় কৰিব বিচৰা লোকসকলৰ বাবে আহিছে এক বেয়া খবৰ। 'গুড ৰিটাৰ্ণছ'ৰ তথ্য অনুসৰি, আজি বজাৰত সোণৰ মূল্যত এক বৃহৎ বৃদ্ধি পৰিলক্ষিত হৈছে।

2 / 5

আজি বজাৰত ২৪ কেৰেট বিশুদ্ধ সোণৰ মূল্য প্ৰতি গ্ৰামত ১৫৮ টকাকৈ বৃদ্ধি পাইছে। এই দৰ বৃদ্ধিৰ ফলত বৰ্তমান প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ দৰ হৈছে ১৩,৭৪০ টকা।

3 / 5

ইফালে ২২ কেৰেট সোণৰ মূল্য আজি ১৪৫ টকাকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ফলত গ্ৰাহকসকলে আজি প্ৰতি গ্ৰাম ২২ কেৰেট সোণ ১২,৫৯৫ টকাত ক্ৰয় কৰিব লাগিব।

4 / 5

একেদৰে বৃদ্ধি পাইছে ১৮ কেৰেট সোণৰ মূল্যও। আজি বজাৰত প্ৰতিগ্ৰাম ১৮ কেৰেট সোণৰ মূল্য ১১৮ টকাকৈ বৃদ্ধি পাই ১০,৩০৫ টকা হৈছে। সোণৰ এই দৰ বৃদ্ধিৰ প্ৰভাৱ দেশৰ লগতে অসমতো পৰিছে।

5 / 5

সোণৰ সমান্তৰালভাৱে ৰূপৰ মূল্যও আজি যথেষ্ট বৃদ্ধি পাইছে। প্ৰতি গ্ৰাম ৰূপত ৬ টকা বৃদ্ধি হোৱাৰ ফলত বৰ্তমান এক কিলোগ্ৰাম ৰূপৰ বজাৰ মূল্য প্ৰায় ২,৪৭,০০০ টকাত উপনীত হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...