বছৰৰ দ্বিতীয়টো দিনত ১০০০০০কৈ অধিক বাঢ়িল সোণৰ দৰ! অলংকাৰ ক্ৰয় কৰাৰ কথা ভাবিছে যদি চাওক এতিয়াই | Gold, Silver Prices Surge in Guwahati; Check Latest Market Rates Assam news - Assam Tv9

বছৰৰ দ্বিতীয়টো দিনত ১০০০০০কৈ অধিক বাঢ়িল সোণৰ দৰ! অলংকাৰ ক্ৰয় কৰাৰ কথা ভাবিছে যদি চাওক এতিয়াই

Updated On: 

02 Jan 2026 | 10:58 AM

আজি সোণৰ অলংকাৰ ক্ৰয় কৰিব বিচৰা লোকসকলৰ বাবে আহিছে দুখবৰ। কিয়নো গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে আজি বজাৰত হোৰাহোৰে বাঢ়িছে সোণৰ দাম। জানিবলৈ চাওক এতিয়াই।

1 / 5বছৰৰ আজি দ্বিতীয়টো দিন। পিছে আজি সোণৰ অলংকাৰ ক্ৰয় কৰিব বিচৰা লোকসকলৰ বাবে আহিছে দুখবৰ। কিয়নো গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে আজি বজাৰত হোৰাহোৰে বাঢ়িছে সোণৰ দাম।

বছৰৰ আজি দ্বিতীয়টো দিন। পিছে আজি সোণৰ অলংকাৰ ক্ৰয় কৰিব বিচৰা লোকসকলৰ বাবে আহিছে দুখবৰ। কিয়নো গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে আজি বজাৰত হোৰাহোৰে বাঢ়িছে সোণৰ দাম।

2 / 5

২৪ কেৰেট সোণৰ মূল্যঃ আজি ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ১১৪ বৃদ্ধি পৰিলক্ষিত হৈছে। এই মূল্য বৃদ্ধিৰ ফলত আজি বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ দৰ হৈছে ১৩,৬২০ টকা।

3 / 5

২২ কেৰেট সোণৰ দৰঃ একেদৰে, গহনাৰ বাবে ব্যৱহৃত ২২ কেৰেট সোণৰ দামো আজি ১০৫ টকা বৃদ্ধি পাইছে। গুড ৰিটাৰ্ণছৰ মতে, আজি গ্ৰাহকসকলে ২২ কেৰেট সোণ প্ৰতি গ্ৰামত ১২,৪৮৫ টকা দৰত ক্ৰয় কৰিব লাগিব।

4 / 5

১৮ কেৰেট সোণৰ মূল্যঃ ১৮ কেৰেট সোণৰ দৰো আজি ৮৬ টকা বৃদ্ধি পাইছে আৰু বৰ্তমান ইয়াৰ প্ৰতি গ্ৰামৰ মূল্য হৈছে ১০,২১৫ টকা। দেশৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীৰ বজাৰতো সোণৰ এই বৰ্ধিত দৰ প্ৰতিফলিত হৈছে।

5 / 5

ৰূপৰ মূল্য বৃদ্ধিঃ সোণৰ সমান্তৰালভাৱে আজি ৰূপৰ দামো বৃদ্ধি পাইছে। তথ্য অনুসৰি, আজি বজাৰত প্ৰতি গ্ৰাম ৰূপত ৪ টকাকৈ বৃদ্ধিৰে এক কিলোগ্ৰাম ৰূপৰ মূল্য প্ৰায় ২,৪২,০০০ টকা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...