দাম কমিল ৭১০০০ টকা! অহা মাঘতে বিয়াৰ কথা ভাবিছে যদি সোণ ক্ৰয়ৰ বাবে আজিয়েই সুৱৰ্ণ সুযোগ | Gold, Silver Prices Ease in Guwahati; Check Latest Market Rates Assam news - Assam Tv9

দাম কমিল ৭১০০০ টকা! অহা মাঘতে বিয়াৰ কথা ভাবিছে যদি সোণ ক্ৰয়ৰ বাবে আজিয়েই সুৱৰ্ণ সুযোগ

Published: 

29 Dec 2025 | 11:11 AM

কেতিয়াবা যদি সোণৰ দাম আকাশলংঘী হয়, কেতিয়াবা আকৌ ই গ্ৰাহকৰ বাবে স্বস্তি কঢ়িয়াই হ্ৰাস পায়। সেইবাবেই বহুলোকে সোণৰ দাম কমালৈ আগ্ৰহেৰে অপেক্ষা কৰি থাকে। আপুনিও যদি সোণ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আজি আপোনাৰ বাবে এক সুযোগ হ’ব পাৰে।

1 / 5বজাৰত সোণৰ দৰৰ উত্থান-পতন এক স্বাভাৱিক প্ৰক্ৰিয়া। কেতিয়াবা যদি সোণৰ দাম আকাশলংঘী হয়, কেতিয়াবা আকৌ ই গ্ৰাহকৰ বাবে স্বস্তি কঢ়িয়াই হ্ৰাস পায়। সেইবাবেই বহুলোকে সোণৰ দাম কমালৈ আগ্ৰহেৰে অপেক্ষা কৰি থাকে।

বজাৰত সোণৰ দৰৰ উত্থান-পতন এক স্বাভাৱিক প্ৰক্ৰিয়া। কেতিয়াবা যদি সোণৰ দাম আকাশলংঘী হয়, কেতিয়াবা আকৌ ই গ্ৰাহকৰ বাবে স্বস্তি কঢ়িয়াই হ্ৰাস পায়। সেইবাবেই বহুলোকে সোণৰ দাম কমালৈ আগ্ৰহেৰে অপেক্ষা কৰি থাকে।

2 / 5

আপুনিও যদি সোণ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আজি আপোনাৰ বাবে এক সুযোগ হ’ব পাৰে। 'গুড ৰিটাৰ্ণছ'ৰ তথ্য অনুসৰি, আজি বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৭১ টকাকৈ মূল্য হ্ৰাস পাইছে। এই দৰ হ্ৰাসৰ ফলত আজি বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য হৈছে ১৪,১৭১ টকা।

3 / 5

একেদৰে, ২২ কেৰেট সোণৰ দামো আজি প্ৰতি গ্ৰামত ৬৫ টকাকৈ হ্ৰাস পাইছে। গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা তথ্য অনুসৰি, আজি গ্ৰাহকসকলে ২২ কেৰেট সোণ প্ৰতি গ্ৰামত ১২,৯৯০ টকা দৰত ক্ৰয় কৰিব পাৰিব।

4 / 5

আনহাতে, ১৮ কেৰেট সোণৰ মূল্যও প্ৰতি গ্ৰামত ৫৪ টকাকৈ হ্ৰাস পাইছে আৰু বৰ্তমান ইয়াৰ দৰ ১০,৬২৮ টকা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীৰ বজাৰতো সোণৰ দৰৰ এই পৰিৱৰ্তন প্ৰতিফলিত হৈছে।

5 / 5

সোণৰ দামৰ লগতে আজি বজাৰত ৰূপৰ দামো হ্ৰাস পাইছে। গুড ৰিটাৰ্ণছৰ তথ্য মতে, আজি প্ৰতি গ্ৰাম ৰূপৰ মূল্য ৪ টকাকৈ হ্ৰাস পাইছে। এই দৰ পৰিৱৰ্তনৰ ফলত আজি প্ৰতি গ্ৰাম ৰূপৰ দাম ২৫৮ টকা হৈছে। অৰ্থাৎ, আজি বজাৰত প্ৰতি কিলোগ্ৰাম ৰূপ ২,৫৮,০০০ টকা দৰত উপলব্ধ হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...