Gold rate Today: হ্ৰাস পালে নে বৃদ্ধি হ'ল? আজিৰ দিনটোত গুৱাহাটীৰ বজাৰত সোণৰ মূল্য কিমান, জানক | Gold rate today in guwahati 18th march know in details Assam news - Assam Tv9

Gold rate Today: হ্ৰাস পালে নে বৃদ্ধি হ’ল? আজিৰ দিনটোত গুৱাহাটীৰ বজাৰত সোণৰ মূল্য কিমান, জানক

Published: 

18 Mar 2025 | 11:33 AM

Gold rate Today: প্ৰায় প্ৰতিদিনে সোণ-ৰূপৰ মূল্যত হ্ৰাস-বৃদ্ধি হোৱা দেখা যায়। আজিৰ দিনটোতো গুৱাহাটীত সোণ- ৰূপৰ মূল্য কালিতকৈ কিছু পাৰ্থক্য দেখা গৈছে।

1 / 5প্ৰায় প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস বৃদ্ধি হৈ থাকে। বিশ্বৰ বজাৰৰ মূল্য ভাৰততো পৰে।  আজিৰ দিনটোত হ্ৰাস পাইছে সোণৰ মূল্য। ১৮ মাৰ্চত ৰাজধানী দিল্লীত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৮৯,৭২৩ টকা আৰু ১ কিলো ৰূপৰ দাম ১,০৫,৯০০ টকা।

প্ৰায় প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস বৃদ্ধি হৈ থাকে। বিশ্বৰ বজাৰৰ মূল্য ভাৰততো পৰে। আজিৰ দিনটোত হ্ৰাস পাইছে সোণৰ মূল্য। ১৮ মাৰ্চত ৰাজধানী দিল্লীত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৮৯,৭২৩ টকা আৰু ১ কিলো ৰূপৰ দাম ১,০৫,৯০০ টকা।

2 / 5

গুৱাহাটীৰ বজাৰত আজিৰ দিনটোত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯০,০০০ টকা, ইয়াৰ বিপৰীতে ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,০০০ টকা।

3 / 5

গুৱাহাটীৰ বজাৰত আজিৰ দিনটোত ২২ কেৰেট ১০গ্ৰাম সোণৰ মূল্য ৮২,৫০০ টকা, আৰু ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৮,২৫০ টকা। গুড ৰিটাৰ্ণে জাৰি কৰিছে এই তথ্য।

4 / 5

ইয়াৰোপৰি ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য আজিৰ দিনটোত ৬৭,৫০০ টকা আৰু ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৬,৭৫০ টকা। দেশৰ বিভিন্ন প্ৰান্তত সোণৰ দাম হ্ৰাস পালেও গুৱাহাটীৰ বজাৰত কিছু বৃদ্ধি হোৱা দেখা যায়।

5 / 5

ইয়াৰ বিপৰীতে প্ৰতিগৰাকী ৰূপৰ মূল্য ১ কিলোত ১,০৪,০০০ টকা আৰু ১ গ্ৰাম ৰূপৰ মূল্য ১০৪ টকা। ৰূপৰ মূল্যও কালিৰ তুলনাত কিছু পৰিমাণে বৃদ্ধি হোৱা দেখা গৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...