Gold Price Today: সোণ ক্ৰয় কৰিব বিচাৰে নেকি? জানক অৱশেষত কিমান হ্ৰাস পালে সোণৰ মূল্য | Gold rate falls in india, what is the price of gold and silver in Guwahati market on 18th June Assam news - Assam Tv9

Gold Price Today: সোণ ক্ৰয় কৰিব বিচাৰে নেকি? জানক অৱশেষত কিমান হ্ৰাস পালে সোণৰ মূল্য

Published: 

18 Jun 2025 12:07 PM

পুনৰ সলনি হৈছে সোণ-ৰূপৰ দাম। সোণৰ দাম হ্ৰাস পোৱাটোৱেই হৈছে সোণ ক্ৰয়ৰ উপযুক্ত সময়। চাওঁ আহক ২০২৫ চনৰ ১৮ জুনত আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ মূল্য কিমান।

1 / 5আজি সোণ-ৰূপৰ মূল্যৰ ডাঙৰ পৰিৱৰ্তন হৈছে। সোণৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে ৰূপৰ দাম বৃদ্ধি পাইছে। ২০২৫ চনৰ ১৮ জুনত ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১,০০,৩৬০ টকা হয়।

আজি সোণ-ৰূপৰ মূল্যৰ ডাঙৰ পৰিৱৰ্তন হৈছে। সোণৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে ৰূপৰ দাম বৃদ্ধি পাইছে। ২০২৫ চনৰ ১৮ জুনত ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১,০০,৩৬০ টকা হয়।

2 / 5

আজি ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯১,৯৯০ টকা আৰু ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৫,২৭০ টকা হৈছে। আজি ভাৰতত ৰূপৰ মূল্য বৃদ্ধি পাইছে। এক কেজি ৰূপৰ দাম হৈছে ১,১০,১০০ টকা।

3 / 5

সোণৰ দাম এই হ্ৰাসৰ পিছত সোণ কিনাৰ পৰিকল্পনা কৰাসকলৰ বাবে এইটোৱেই উপযুক্ত সময়। কিন্তু ইয়াৰ পূৰ্বে জানো আহক আজি গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান।

4 / 5

আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১০,০৯১, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,২৫০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৫৬৯ টকা।

5 / 5

আজি গুৱাহাটীত ৰূপৰ মূল্য ১১১ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,১১,০০০ টকা।

ফেটি লিভাৰৰ কাৰণ, লক্ষণ আৰু চিকিৎসাৰ বিষয়ে জানো আহক
জামুৰ গুটি পেলাই দিয়ে নেকি? ঔষধতকৈ কোনো গুণে কম নহয় এই ফলৰ গুটি
শাৰীৰিক সম্পৰ্কত সমস্যাই দেখা দিছে নেকি? জানক ইয়াৰ কাৰণ...
শৰীৰত ইউৰিক এচিড বৃদ্ধি হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...