সোণৰ অলংকাৰ ক্ৰয়ৰ বাবে এয়াই সঠিক সময়! হোৰাহোৰে কমিছে দাম, চাওক আজিৰ মূল্য | Gold Prices Slip; Silver Prices Remain Unchanged, Check Latest Rates Assam news - Assam Tv9

সোণৰ অলংকাৰ ক্ৰয়ৰ বাবে এয়াই সঠিক সময়! হোৰাহোৰে কমিছে দাম, চাওক আজিৰ মূল্য

Published: 

27 Oct 2025 10:45 AM

কেতিয়াবা যদি সোণৰ দাম হঠাতে ভাবিব নোৱাৰাকৈ বৃদ্ধি পায়, আকৌ কেতিয়াবা হোৰাহোৰে হ্ৰাসো হয়। আজি বজাৰত দেখা গৈছে সোণৰ দৰৰ বৃহৎ পৰিৱৰ্তন। বজাৰত আজি দাম কমিছে সোণৰ। চাওঁ আহক বজাৰত আজি সোণৰ মূল্য।

1 / 5বজাৰত সোণৰ মূল্যৰ উত্থান-পতন এক নিত্য নৈমিত্তিক দৃশ্য। কেতিয়াবা যদি দাম হঠাতে ভাবিব নোৱাৰাকৈ বৃদ্ধি পায়, আকৌ কেতিয়াবা হোৰাহোৰে হ্ৰাসো হয়। আজি বজাৰত দেখা গৈছে সোণৰ দৰৰ বৃহৎ পৰিৱৰ্তন। বজাৰত আজি দাম কমিছে সোণৰ।

বজাৰত সোণৰ মূল্যৰ উত্থান-পতন এক নিত্য নৈমিত্তিক দৃশ্য। কেতিয়াবা যদি দাম হঠাতে ভাবিব নোৱাৰাকৈ বৃদ্ধি পায়, আকৌ কেতিয়াবা হোৰাহোৰে হ্ৰাসো হয়। আজি বজাৰত দেখা গৈছে সোণৰ দৰৰ বৃহৎ পৰিৱৰ্তন। বজাৰত আজি দাম কমিছে সোণৰ।

2 / 5

গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে, দেশৰ বজাৰত আজি ২৪ কেৰেট সোণৰ ক্ষেত্ৰত প্ৰতিগ্ৰামৰ মূল্য ১১৪ টকাকৈ হ্ৰাস পাইছে। এইদৰে আজি ১ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১২,৪৪৮ টকা দৰত বজাৰত উপলব্ধ হৈছে। দেশৰ বজাৰত প্ৰযোজ্য হোৱা এই দৰ আজি গুৱাহাটীৰ বজাৰতো পৰিলক্ষিত হ’ব।

3 / 5

ইফালে আজি ২২ কেৰেট সোণৰ ক্ষেত্ৰত প্ৰতিগ্ৰামত ১০৫ টকাকৈ হ্ৰাস পোৱা বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে। এনে পৰিৱৰ্তনৰ ফলত আজি ২২ কেৰেট সোণৰ দৰ প্ৰতিগ্ৰামত ১১,৪১০ টকা হৈছে। এই দৰতে আজি গুৱাহাটীৰ বজাৰতো ২২ কেৰেট সোণ ক্ৰয় কৰিব পাৰিব গ্ৰাহকসকলে।

4 / 5

সোণৰ মূল্যৰ এই পৰিৱৰ্তন ১৮ কেৰেট সোণৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে। গুড ৰিটাৰ্ণছত প্ৰকাশিত তথ্য অনুসৰি আজি ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৮৬ টকাকৈ মূল্য হ্ৰাস পাইছে। সেই অনুসাৰে আজি প্ৰতিগ্ৰাম ১৮ কেৰেট সোণৰ দৰ ৯,৩৩৬ টকা হৈছে। গুৱাহাটীৰ বজাৰতো আজি এই দৰ প্ৰযোজ্য হ’ব।

5 / 5

সোণৰ দাম হ্ৰাস পালেও আজি অৱশ্যে ৰূপৰ দাম অপৰিৱৰ্তিত আছে। কালিৰ দৰেই আজিও প্ৰতিগ্ৰাম ৰূপৰ দাম আজি ১৫৫ টকা হ’ব বুলি প্ৰকাশ কৰিছে গুড ৰিটাৰ্ণছে। এইদৰে আজি এক কিলোগ্ৰাম ৰূপৰ দাম বজাৰত ১,৫৫,০০০ টকা হ’ব।

স্তনৰ কৰ্কট ৰোগ কিয় হয়? প্ৰধান কাৰণসমূহ জানক...
এই ৫টা অভ্যাসে অকালতে বৃদ্ধ কৰে মহিলাসকলক! জানক...
পেটত আলচাৰ হোৱাৰ ৩ টা প্ৰধান কাৰণ কি কি ? প্ৰতিৰোধৰ উপায়...
টোপনিৰ সমস্যা বাঢ়িছে নেকি? কি কি কাৰণত অনিদ্ৰা সমস্যা হ'ব পাৰে? জানক
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা...
শিৱসাগৰত পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই এজনক গঁড়ৰ আক্ৰমণ...