ধন ৰাহি কৰাৰ সুৱৰ্ণ সুযোগ, হোৰাহোৰে কমিছে সোণৰ দাম! এতিয়াই চাওক বজাৰ মূল্য | Gold Prices Fall in Guwahati, Silver Rates Also Dip; Check Today’s Updated Market Value Assam news - Assam Tv9

ধন ৰাহি কৰাৰ সুৱৰ্ণ সুযোগ, হোৰাহোৰে কমিছে সোণৰ দাম! এতিয়াই চাওক বজাৰ মূল্য

Updated On: 

06 Dec 2025 | 10:48 AM

বজাৰত সোণৰ দৰ কেতিয়াবা যদি বৃদ্ধি পায়, কেতিয়াবা আকৌ হোৰাহোৰে হ্ৰাস পায়। সেয়ে বজাৰত সোণৰ দাম হ্ৰাস পোৱালৈ সকলোৱে অপেক্ষা কৰে। আপুনিও যদি সোণ ক্ৰয়ৰ পৰিকল্পনা কৰিছে, আজিয়েই হ’ব সঠিক দিন।

1 / 5বজাৰত প্ৰতি দিনে সোণৰ দৰৰ ক্ষেত্ৰত দেখা যায় উত্থান-পতন। অৰ্থাৎ সোণৰ দৰ কেতিয়াবা যদি বৃদ্ধি পায়, কেতিয়াবা আকৌ হোৰাহোৰে হ্ৰাস পায়। সেয়ে বজাৰত সোণৰ দাম হ্ৰাস পোৱালৈ সকলোৱে অপেক্ষা কৰে।

বজাৰত প্ৰতি দিনে সোণৰ দৰৰ ক্ষেত্ৰত দেখা যায় উত্থান-পতন। অৰ্থাৎ সোণৰ দৰ কেতিয়াবা যদি বৃদ্ধি পায়, কেতিয়াবা আকৌ হোৰাহোৰে হ্ৰাস পায়। সেয়ে বজাৰত সোণৰ দাম হ্ৰাস পোৱালৈ সকলোৱে অপেক্ষা কৰে।

2 / 5

আপুনিও যদি সোণ ক্ৰয়ৰ পৰিকল্পনা কৰিছে, আজিয়েই হ’ব সঠিক দিন। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৫৪ টকাকৈ হ্ৰাস পাইছে। এই দৰ হ্ৰাসৰ ফলত আজি প্ৰতিগ্ৰাম ২৪ কেৰেট সোণ আজি ১৩,০১৫ টকাত উপলব্ধ হ’ব।

3 / 5

ইফালে ২২ কেৰেট সোণৰ দামো আজি প্ৰতিগ্ৰামত ৫০ টকাকৈ হ্ৰাস পাইছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে। এই তথ্য অনুসৰি আজি বজাৰত ২২ কেৰেট সোণ প্ৰতিগ্ৰামত ১১,৯৩০ টকা দৰত ক্ৰয় কৰিব পাৰিব গ্ৰাহকসকলে।

4 / 5

আনহাতে ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৪১ টকাকৈ হ্ৰাস পাই ৯,৭৬১ টকা দৰ হৈছে। গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা তথ্য অনুসৰি সোণৰ দৰৰ এই পৰিৱৰ্তন দেশৰ বজাৰৰ লগতে গুৱাহাটীৰ বজাৰতো দেখা পোৱা যাব।

5 / 5

সোণৰ দৰ হ্ৰাস পালেও অৱশ্যে আজি বজাৰত বৃদ্ধি পাইছে ৰূপৰ দাম। গুড ৰিটাৰ্ণছৰ তথ্য মতে আজি প্ৰতিগ্ৰাম ৰূপত ৩ টকাকৈ বৃদ্ধি পাইছে। এই দৰ বৃদ্ধিৰ ফলত আজি প্ৰতিগ্ৰাম ৰূপৰ দাম ১৯০ টকা হৈছে। অৰ্থাৎ বজাৰত আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,৯০,০০০ টকা দৰত উপলব্ধ হ’ব।

মানুহে কৰা এই পাপৰ নাই ক্ষমা! প্ৰেমানন্দ মহাৰাজে ক'লে...
নিশা বহু দেৰিলৈ টোপনি নাহে নেকি? তেন্তে সাৱধান!
হঠাতে ৰক্তচাপ বৃদ্ধি পালে এই লক্ষণবোৰে দেখা দিয়ে, চিনাক্ত কৰক
হঠাতে কিয় বৃদ্ধি হয় ৰক্তচাপ? কাৰণ জানক...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...