অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে নেকি? দাম কমিছে সোণৰ, চাওক আজি গুৱাহাটীত সোণৰ মূল্য | Gold Prices Drop Today – Check Latest Rates in Guwahati Assam news - Assam Tv9

Gold Price: অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে নেকি? দাম কমিছে সোণৰ, চাওক আজি গুৱাহাটীত সোণৰ মূল্য

Published: 

25 Aug 2025 | 09:55 AM

যদি আপুনিও সোণৰ অলংকাৰ ক্ৰয়ৰ কথা ভাবি আছে, তেতিয়াহ’লে আজি আপোনাৰ পৰিকল্পনা মতে আগবঢ়াৰ বাবে উপযুক্ত দিন হ’ব। আজি বজাৰত সোণৰ মূল্য কিছু হ্ৰাস পাইছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে।

1 / 5সোণৰ অলংকাৰেৰে নিজকে সজাই তোলাৰ মন বা প্ৰিয়জনক পছন্দ অনুসাৰে সোণৰ অলংকাৰ দিয়াৰ এক ইচ্ছা প্ৰায় প্ৰতিজন লোকৰে থাকে। সেই ইচ্ছা পূৰ কৰাৰ বাবে যদি আপুনিও সোণৰ অলংকাৰ ক্ৰয়ৰ কথা ভাবি আছে, তেতিয়াহ’লে আজি আপোনাৰ পৰিকল্পনা মতে আগবঢ়াৰ বাবে উপযুক্ত দিন হ’ব।

সোণৰ অলংকাৰেৰে নিজকে সজাই তোলাৰ মন বা প্ৰিয়জনক পছন্দ অনুসাৰে সোণৰ অলংকাৰ দিয়াৰ এক ইচ্ছা প্ৰায় প্ৰতিজন লোকৰে থাকে। সেই ইচ্ছা পূৰ কৰাৰ বাবে যদি আপুনিও সোণৰ অলংকাৰ ক্ৰয়ৰ কথা ভাবি আছে, তেতিয়াহ’লে আজি আপোনাৰ পৰিকল্পনা মতে আগবঢ়াৰ বাবে উপযুক্ত দিন হ’ব।

2 / 5

বজাৰত সোণৰ মূল্যৰ প্ৰতিদিনেই উত্থান-পতন ঘটে। সোণৰ এই দৰ কম-বেছি হোৱাটো বহুলাংশে নিৰ্ভৰ কৰে আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ ওপৰত। স্বাভাৱিকতেই সোণৰ অলংকাৰ ক্ৰয়ৰ বাবে বজাৰলৈ যোৱাৰ পূৰ্বে সোণৰ মূল্যৰ এক সম্যক ধাৰণা কৰি লোৱাটো উচিত হ’ব। আজি বজাৰত সোণৰ মূল্য কিছু হ্ৰাস পাইছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে।

3 / 5

গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে আজি দেশৰ বজাৰত সোণৰ দাম হ্ৰাস পাইছে। সেই অনুসাৰে আজি প্ৰতিগ্ৰাম ১৮ কেৰেট সোণ ৮.২০ টকা হ্ৰাস পাই ৭,৬১৩ টকা, ২২ কেৰেট সোণ ১১০ টকা হ্ৰাস পাই ৯,৩০৫ টকা দৰত আৰু ২৪ কেৰেট সোণ প্ৰতিগ্ৰামত ১১ টকা হ্ৰাস পাই ১০,১৫১ টকা দৰত আজি দেশৰ বজাৰত উপলব্ধ হৈছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে।

4 / 5

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি গুৱাহাটীৰ বজাৰতো দেশৰ বজাৰৰ দৰেই সোণৰ মূল্য হ্ৰাস পাইছে। গুৱাহাটীৰ বজাৰতো আজি প্ৰতিগ্ৰাম সোণত টকাকৈ হ্ৰাস পাই ১৮ কেৰেট সোণ প্ৰতিগ্ৰামত  ৭,৬১৩ টকা, ২২ কেৰেট সোণ প্ৰতিগ্ৰামত ৯,৩০৫ টকা আৰু ২৪ কেৰেট সোণ প্ৰতিগ্ৰামত ১০,১৫১ টকা দৰত উপলব্ধ হৈছে বুলি প্ৰকাশ কৰিছে গুড ৰিটাৰ্ণছে।

5 / 5

সোণৰ মূল্যৰ বিপৰীতে ৰূপৰ মূল্যৰ ক্ষেত্ৰত আজি কিছু উত্থান হোৱা বুলি গুড ৰিটাৰ্ণছে দেখুইৱাইছে। প্ৰতিবেদন মতে, আজি ৰূপৰ মূল্য প্ৰতিগ্ৰামত ১ টকাকৈ বৃদ্ধি পাইছে। সেই অনুসৰি আজি প্ৰতিগ্ৰাম ৰূপ ১২১ টকা দৰত বজাৰত বিক্ৰী হৈছে। অৰ্থাৎ গুড ৰিটাৰ্ণছৰ তথ্য মতে, আজি দেশৰ বজাৰৰ লগতে গুৱাহাটীৰ বজাৰতো ১ কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,২১,০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...