দাম কমিছে সোণৰ! অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে যদি চাওক আজি গুৱাহাটীত সোণৰ দাম কিমান | Gold Prices Drop in Guwahati – Check Today’s Gold Rate in Assamese Assam news - Assam Tv9

দাম কমিছে সোণৰ! অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে যদি চাওক আজি গুৱাহাটীত সোণৰ দাম কিমান

Published: 

18 Aug 2025 09:52 AM

সোণৰ অলংকাৰৰ সামাজিক গুৰুত্বৰ দৰে সোণৰ অৰ্থনৈতিক গুৰুত্বও অসীম। ভৱিষ্যতৰ সম্ভাৱ্য সংকটৰ প্ৰতি লক্ষ্য ৰাখি সকলো দেশেই সোণ মজুত ৰাখে। একেদৰে বিনিয়োগৰ ক্ষেত্ৰতো সোণৰ দৰৰ ওপৰত চকু ৰাখে বিনিয়োগকাৰীসকলে। সাধাৰণতে সোণৰ দৰ প্ৰতিদিনে পৰিৱৰ্তন ঘটা দেখা যায়।

1 / 5আমাৰ সমাজত সোণৰ অলংকাৰক এক বিশেষ মান্যতা প্ৰদান কৰা হয়। সেয়ে সোণৰ অলংকাৰ ক্ৰয়ৰ আশা সকলো লোকেই কৰে। সামাজিক এই মান্যতাৰ বাদেও অৰ্থনীতিৰ ক্ষেত্ৰতো সোণৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয়।

আমাৰ সমাজত সোণৰ অলংকাৰক এক বিশেষ মান্যতা প্ৰদান কৰা হয়। সেয়ে সোণৰ অলংকাৰ ক্ৰয়ৰ আশা সকলো লোকেই কৰে। সামাজিক এই মান্যতাৰ বাদেও অৰ্থনীতিৰ ক্ষেত্ৰতো সোণৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয়।

2 / 5

ভৱিষ্যতৰ সম্ভাৱ্য সংকটৰ প্ৰতি লক্ষ্য ৰাখি সকলো দেশেই সোণ মজুত ৰাখে। একেদৰে বিনিয়োগৰ ক্ষেত্ৰতো সোণৰ দৰৰ ওপৰত চকু ৰাখে বিনিয়োগকাৰীসকলে। সাধাৰণতে সোণৰ দৰ প্ৰতিদিনে পৰিৱৰ্তন ঘটা দেখা যায়।

3 / 5

আজি দেশৰ বজাৰত সোণৰ মূল্য সামান্য হ্ৰাস পাইছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে। গুড ৰিটাৰ্ণছৰ প্ৰতিবেদন মতে, দেশৰ বজাৰত আজি প্ৰতিগ্ৰাম সোণৰ দৰ ১ টকাকৈ হ্ৰাস পাইছে। সেই অনুসৰি ১৮ কেৰেট সোণৰ দাম আজি ৭,৫৮৮ টকা হৈছে।

4 / 5

আনহাতে ২২ কেৰেট সোণৰ দাম ৯,২৭৪ টকা আৰু ২৪ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ১০,১১৭ টকা হৈছে। গুড ৰিটাৰ্ণছৰ প্ৰতিবেদন মতে দেশৰ বজাৰৰ দৰে আজি গুৱাহাটীৰ বজাৰতো এই দৰতে সোণ উপলব্ধ হ’ব।

5 / 5

সোণৰ দাম হ্ৰাস পালেও পিছে আজি বজাৰত ৰূপৰ দাম যথেষ্ট বৃদ্ধি পাইছে। গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে আজি প্ৰতিগ্ৰাম ৰূপৰ দাম ০.৮০ টকাকৈ বৃদ্ধি পাইছে। এইদৰে এক কিলোগ্ৰাম ৰূপৰ দাম ৮০০ টকা বৃদ্ধিৰে আজি ১,১৭,০০০ টকা হৈছে।

নিতে গঢ়ি তোলক মাত্ৰ এই ৫টা অভ্যাস, উচ্চ ৰক্তচাপৰ চিন্তা হ’ব দূৰ
বৃক্ক বিকলৰ পূৰ্বে পুৱাৰ সময়ত কি কি লক্ষণে দেখা দিয়ে, জানক...
ফেটি লিভাৰৰ ৫ টা সাধাৰণ লক্ষণ কি কি, জানক...
কাইলৈৰ পৰাই আৰম্ভ কৰক পুৱা খালী পেটত তুলসী পানী খোৱাৰ অভ্যাস, লাভ কৰিব এনে আচৰিত উপকাৰ
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?