Gold price today: স্বাধীনতা দিৱসৰ পূৰ্বে হ্ৰাস পালে দাম! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান জানক... | Gold price todays in guwahati 14th august gold silver price assam Assam news - Assam Tv9

Gold price today: স্বাধীনতা দিৱসৰ পূৰ্বে হ্ৰাস পালে দাম! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান জানক…

Published: 

14 Aug 2025 | 09:50 AM

Gold price Today: আজিৰ দিনটোত সামান্য পৰিমাণে হ্ৰাস পাইছে সোণৰ দাম। আপুনিও যদি সোণ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা আৱশ্যক।

1 / 5স্বাধীনতা দিৱসৰ পূৰ্বে  হ্ৰাস পালে সোণৰ দাম। প্ৰতিদিনেই সোণ-ৰূপৰ মূল্যৰ হ্ৰাস-বৃদ্ধি হৈ থাকে। গতিকে আপুনিও যদি সোণ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে জানি লওক আজি ১৪ আগষ্টৰ দাম।

স্বাধীনতা দিৱসৰ পূৰ্বে হ্ৰাস পালে সোণৰ দাম। প্ৰতিদিনেই সোণ-ৰূপৰ মূল্যৰ হ্ৰাস-বৃদ্ধি হৈ থাকে। গতিকে আপুনিও যদি সোণ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে জানি লওক আজি ১৪ আগষ্টৰ দাম।

2 / 5

আজি ১৪ আগষ্টত গুৱাহাটীত ২৪ কেৰেট ১ গ্ৰাম সোণৰ দাম ১০,১৩৪ টকা। লগতে ১০ গ্ৰাম সোণৰ মূল্য ১,০১,৩৪০ টকা। কালিৰ দিনটোত ১০গ্ৰামৰ মূল্য আছিল ১,০১,৩৫০ টকা।

3 / 5

আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,২৮৯ টকা। লগতে ১০ গ্ৰামৰ মূল্য ৯২,৮৯০ টকা। কালিৰ দিনটোত ১০ গ্ৰাম সোণৰ মূল্য আছিল ৯২,৯০০ টকা।

4 / 5

আজিৰ দিনটোত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৭,৬০০ টকা। লগতে ১০ গ্ৰামৰ মূল্য ৭৬,০০০ টকা। কালিৰ দিনটোত ১০ গ্ৰামৰ মূল্য আছিল ৭৬,০১০ টকা।

5 / 5

আজিৰ দিনটোত গুৱাহাটীত ১ গ্ৰাম ৰূপৰ মূল্য ১১৪.৯০ টকা। আনহাতে ১ কেজি ৰূপৰ মূল্য ১,১৪,৯০০ টকা। গতিকে কব পাৰি যে অতি সামান্য পৰিমাণে হ'লেও সোণ-ৰূপৰ মূল্য হ্ৰাস পাইছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...